ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : বদ হজমৰ সমস্যাৰ পৰা বাচি থাকিবলৈ এই অভ্যাসবোৰ বাদ দিয়ক

ASSAM TIMES POST by ASSAM TIMES POST
July 29, 2021
Reading Time: 1 min read
A A
0
স্বাস্থ্য : বদ হজমৰ সমস্যাৰ পৰা বাচি থাকিবলৈ এই অভ্যাসবোৰ বাদ দিয়ক

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম নহ’লে ইয়াৰ প্রভাৱ সম্পূৰ্ণ শৰীৰত পৰে। আমাৰ পাকস্থলীৰ গাত সূক্ষ্ম এখন ঝিল্লি বা আৱৰণ আছে।

পাকস্থলীক ক্ষতিকৰ বীজাণু আৰু খাদ্যৰ এচিডৰ পৰা ই বচায়। কোনো কাৰণত এই পৰ্দা ক্ষতিগ্রস্ত হ’লে এচিডৰ সংস্পর্শত তাত এক প্ৰকাৰৰ জ্বলা-পোৰা হয়য়। এয়াই হ’ল বদহজমৰ প্রচলিত লক্ষণ। কিছু শাৰীৰিক সমস্যাৰ কাৰণেও বুকু জ্বলা-পোৰা আৰু বদহজম হ’ব পাৰে। বদহজমৰ এটি অন্যতম ডাঙৰ কাৰণ হ’ল ফাংচনেল ডিছপেপচিয়া।

ইয়াৰ পৰা বাচিবলৈ সকলোৰে আগতে আমাৰ হজম প্রক্রিয়াটোক সঠিক ৰাখিব লাগে। ইয়াৰ বাবে বাদ দিব লাগিব কেতবোৰ অভ্যাস।

Indigestion | ASSAM TIMES POSTএলকহল আৰু ধূমপান :

বদভ্যাসৰ তালিকাত এই দুটা সকলোতকৈ ওপৰত। এলকহল আৰু চিগাৰেটৰ ধোঁৱা- দুয়োটাই আমাৰ ডাইজেষ্টিভ মিউকাছ নষ্ট কৰে। হজমৰ সমস্যাত ভুগি থাকিলে এলকহল আৰু ধূমপান কম কৰা উচিত।

খোৱাত অনিয়মীয়া :

গৱেষকসকলে কয়, আমি কম পৰিমাণক মুঠ পাঁচ বেলা খোৱা উচিত। কম কমকৈ পাঁচ বেলা খাদ্য খোৱা উচিত। একেবাৰে বেছিকৈ খালেও হজমত সমস্যাই দেখা দিব।

মানসিক চাপ :

মনৰ সৈতে পেটৰ খুব বেছি দূৰত্ব নাই। কোনো মানুহ যদি মানসিক চাপত ভুগি থাকে তাৰ ফলত পাকস্থলীত গেস্ট্রিক ৰসৰ নিঃসৰণো বাঢ়ি থাকে। সেয়ে যিসকলে বদহজমৰ সমস্যাত ভুগিছে তেওঁলোকে সদায় আনন্দত থকাৰ চেষ্টা কৰক। ইয়াৰ ফলত সমস্যা বহুখিনি লাঘৱ হ’ব।

খোৱাৰ লগে লগে পানী খোৱা :

খাদ্য খাই উঠাৰ পিছতে পানী খোৱাৰ অভ্যাসটোও এৰিব লাগিব। কাৰণ খোৱাৰ পিছে পিছে পাকস্থলীত হজম ৰসৰ নিঃসৰণ ঘটে। বেছি পৰিমাণে পানী গ’লে উক্ত ৰস পানীৰ লগত মিহলি হৈ কার্যকাৰিতা হেৰুৱায়। যাৰ ফলত বুকুত জ্বলা-পোৰা আৰু এচিডিটিৰ অনুভূতিয়ে দেখা দিয়ে।

নানা ৰকমৰ খাদ্য আৰু কম চোবোৱা :

পাতত বিভিন্ন উপাদান নাথাকিলে যিসকলৰ মন নভৰে আৰু কম চোবোৱাৰ অভ্যাস আছে তেওঁলোকো বদহজমৰ সমস্যাত ভুগিব পাৰে। বদ হজমৰ সমস্যা এৰাবলৈ ফল খোৱাৰ উপযুক্ত সময় হ’ল পুৱাৰ জলপানৰ পিছত বা বিয়লিৰ অলপ আগতে। বহুতৰেই খৰখেদা কৰি খোৱাৰ অভ্যাস আছে। ভালদৰে চোবাই নাখালে পাকস্থলীৰ ওপৰত সেইবোৰে চাপ বঢ়ায়। লগতে খোৱাৰ সময়ত কথা কোৱা বা অন্য কামত ব্যস্ত থকাৰ অভ্যাসটোও বাদ দিয়ক।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx