Son killed Father : পিতৃক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি আধা থলে ড্ৰামত ভৰাই, আধা দলিয়ালে চুবুৰীয়া গাঁৱত
পিতৃয়ে বিচাৰিছিল যে তেওঁৰ পুত্ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহক। NEET পৰীক্ষা দিয়ক। কিন্তু পুত্ৰই সেইটো বিচৰা নাছিল। ইয়াকে লৈ প্ৰায়ে পিতৃ-পুত্ৰৰ...
















