ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Pollution : দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত তাপশক্তি কেন্দ্ৰ, কয়লা ভিত্তিক উদ্যোগ প্ৰভাৱিত হ’ব পাৰে

News Desk by News Desk
February 23, 2026
Reading Time: 1 min read
A A
0
Delhi Pollution : দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত তাপশক্তি কেন্দ্ৰ, কয়লা ভিত্তিক উদ্যোগ প্ৰভাৱিত হ’ব পাৰে

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

উচ্চতম ন্যায়ালয়ে (Suprem Court) বায়ু প্ৰদূষণ ৰোধ (Air pollution prevention)ৰ বাবে দিল্লী (Delhi)ৰ পৰা ৩০০ কিলোমিটাৰৰ ভিতৰত কোনো নতুন কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰ স্থাপনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মeল্য বাগচি আৰু ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক কয়লা চালিত সকলো উদ্যোগ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰা স্থানান্তৰিত কৰাৰ দাবী সন্দৰ্ভতো নিজৰ স্থিতি ব্যাখ্যা কৰিবলৈ কয়।

সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়ৰ পৰা সঁহাৰি বিচাৰি দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰক কয়লা চালিত উদ্যোগৰ সৈতে জড়িত সকলো অংশীদাৰৰ পৰামৰ্শ আৰু আপত্তি লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে।

delhi 1 | ASSAM TIMES POST
দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণত তাপশক্তি কেন্দ্ৰ, কয়লা ভিত্তিক উদ্যোগ প্ৰভাৱিত হ’ব পাৰে

দিল্লীৰ বায়ু প্ৰদূষণৰ ওপৰত যান-বাহনৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সক্ৰিয় হৈ পৰিছে তিনিজনীয়া বিচাৰপীঠ। ‘কমিছন ফৰ এয়াৰ কোৱালিটী মেনেজমেণ্ট’ৰ (চি এ কিউ এম) পৰামৰ্শৰ ভিত্তিত অহা ১২ মাৰ্চত যান-বাহনৰ জৰিয়তে বায়ু প্ৰদূষণৰ বিষয়টো পুনৰীক্ষণ কৰিব বুলি জানিবলৈ দিয়ে।

সমগ্ৰ দিল্লীত বিভিন্ন গৃহ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ কাৰ্যকলাপৰ ফলত হোৱা ধূলিৰ সৈতে মোকাবিলা কৰিবলৈ চি এ কিউ এমে প্ৰস্তাৱ কৰা ব্যৱস্থাসমূহৰ সন্দৰ্ভতো শীৰ্ষ ন্যায়ালয়ে সকলো অংশীদাৰৰ পৰা মতামত বিচাৰিছে। ইয়াৰ উপৰি দিল্লী আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ‘শক্তিৰ বিকল্প উৎস’ বিচাৰি উলিওৱাৰ পৰিকল্পনা দাখিল কৰিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত প্ৰস্তাৱটো অহা ১২ মাৰ্চত গোচৰৰ শুনানিৰ সময়ত দাখিল কৰিব লাগিব। উল্লেখ্য যে ২০২৫ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। একে সময়তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে কৈছিল যে তাৎক্ষণিক ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন।

Tags: delhiCoalPlantsremoveDelhiPollution
Share4Tweet3Send

Related Posts

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

by Staff Reporter
May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx