ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mukul Roy dies : একালৰ বংগ ৰাজনীতিৰ চাণক্য মুকুল ৰয়ৰ দেহাৱসান

News Desk by News Desk
February 23, 2026
Reading Time: 1 min read
A A
0
Mukul Roy dies : একালৰ বংগ ৰাজনীতিৰ চাণক্য মুকুল ৰয়ৰ দেহাৱসান

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

পশ্চিমবংগ (West Bengal)ৰ বিশিষ্ট ৰাজনীতিবিদ মুকুল ৰয়ৰ দেহাৱসান (Mukul Roy passway)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। একাধিক শাৰীৰিক সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি ছল্ট লেকৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰবীণ নেতাগৰাকী। দেওবাৰে মাজনিশা তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ অৱসানে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। মুকুল ৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে।

একালৰ ‘বংগ ৰাজনীতিৰ চাণক্য’গৰাকীয়ে বৃক্কৰ ৰোগকে ধৰি একাধিক শাৰীৰিক সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মাজে মাজে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছিল। দেওবাৰে মাজনিশা ছল্ট লেকৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত হাৰ্ট এটেকৰ বাবে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁৰ ঘৰৰ সন্মুখত তৃণমূলৰ নেতা, কৰ্মী আৰু সমৰ্থক গোট খায়। তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিলৈ দল সলনি কৰাৰ পিছত ২০২১ চনত কৃষ্ণনগৰ উত্তৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা মুকল ৰয় জয়ী হৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়।

mukul1 | ASSAM TIMES POST
বংগ ৰাজনীতিৰ চাণক্য মুকুল ৰয়ৰ দেহাৱসান

পিছত তেওঁ পুনৰ তৃণমূলত যোগদান কৰে। অৱশ্যে বিধায়ক পদৰ পৰা পদত্যাগ কৰা নাছিল। ফলত তৃণমূলত যোগদান কৰাৰ পিছতো মুকুল ৰয় কাৰ্যভাৰত বিজেপিৰ বিধায়ক হৈয়েই থাকিল। লগতে তেওঁক পাব্লিক একাউণ্টছ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ইফালে তেওঁক বিধায়ক পদৰ পৰা অযোগ্য ঘোষণা কৰাৰ গোচৰ আদালতত উপস্থিত হয়। যদিও কলিকতা উচ্চ ন্যায়ালয়ে অযোগ্যতাৰ সপক্ষে ৰায় দিয়ে, উচ্চতম ন্যায়ালয়ে উক্ত সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে।

কংগ্ৰেছৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল মুকুল ৰয়ে। তেওঁ তৃণমূল কংগ্ৰেছৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল। এটা সময়ত তেওঁ ৰাজ্যসভাৰ সদস্য পদতো অধিষ্ঠিত আছিল। জাহাজ মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁ ৰে’ল মন্ত্ৰী পদতো অধিষ্ঠিত হয়। অৱশ্যে একালৰ ‘বংগ ৰাজনীতিৰ চাণক্য’গৰাকীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত ‘বিধায়ক’ হিচাপেই যাত্ৰাৰ অন্ত পেলায়।

Tags: MukulRoydies
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx