গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ’ল প্ৰিমিয়াৰ বিপণি-

গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেত্ৰী এভিলিন শৰ্মাঃ মুকলি কৰিলে এপ’ল প্ৰিমিয়াৰ বিপণি-

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এপ’ল প্ৰিমিয়াম ৰিছেলাৰ বিপনিৰ শুভ উদ্ধোধন। ২২ অক্টোবৰ তাৰিখে গুৱাহাটী স্থিত জি.এছ ৰোডৰ চিটী চেন্টাৰ মলত এই...

ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপঃ উল্লাহত ডিব্ৰুগড়বাসী, ডিচেম্বৰত বেংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব

ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপঃ উল্লাহত ডিব্ৰুগড়বাসী, ডিচেম্বৰত বেংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব

ASSAM TIMES POST বিভাস দুৱৰা,ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱাৰ সাফল্যই ডিব্ৰুগড়লৈ গৌৰব কঢ়িয়াই আনিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত...

ছ’নি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিতঃ গৃহ চহৰ শিৱসাগৰত বিপুল আদৰণি

ছ’নি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিতঃ গৃহ চহৰ শিৱসাগৰত বিপুল আদৰণি

ASSAM TIMES POST  আছিফ আলি, শিৱসাগৰঃ ছনিটিভিৰ ৰিয়েলিটি শ্ব' চুপাৰ ষ্টাৰ চিংগাৰত নিজৰ স্ব-প্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম...

প্ৰথম দিনাই কাঞ্চনজংঘাৰ উপাৰ্জন ৪০ লাখ, মিছন চাইনাৰ আছিল ৩৯ লাখ

প্ৰথম দিনাই কাঞ্চনজংঘাৰ উপাৰ্জন ৪০ লাখ, মিছন চাইনাৰ আছিল ৩৯ লাখ

ASSAM TIMES POST গুৱাহাটীঃ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সদ্য মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ কাঞ্চনজংঘাৰ উপাৰ্জন তেওঁৰেই মিছন চাইনাতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।...

‘এলাহ ভাৱ আহিবলৈ নিদিয়াটোৱেই শৰীৰ চৰ্চাৰ প্ৰধান অংক’

‘এলাহ ভাৱ আহিবলৈ নিদিয়াটোৱেই শৰীৰ চৰ্চাৰ প্ৰধান অংক’

ASSAM TIMES POST -বনানী শৰ্মা- ‘হিয়া দিয়া নিয়া’, ‘নায়ক’ৰপৰা আৰম্ভ কৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত স্থান লাভ...

জিম কৰাৰ আগতে প্ৰাণায়ম কৰাটো বৰ জৰুৰী

জিম কৰাৰ আগতে প্ৰাণায়ম কৰাটো বৰ জৰুৰী

এগৰাকী জনপ্ৰিয় অভিনেতাৰ লগতে সমৰকলাৰ ক্ষেত্ৰতো বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা একচন পৰিচালক প্ৰধান দেউৰীৰে আমাৰ আছুতীয়া সাক্ষাৎকাৰত শৰীৰ...

Page 42 of 42 1 41 42
ADVERTISEMENT

Terrorist Killed in Kashmir I পাক অধিকৃত কাশ্মীৰত লেণ্ডমাইনত ভৰি পৰি নিহত কমেও ৫ পাক সন্ত্ৰাসবাদী পাকৰ অধিকৃত কাশ্মীৰত অনুপ্ৰৱেশ কৰি থকা অৱস্থাত লেণ্ডমাইনত ভৰি দি কমেও পাঁচ পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়।  শুকুৰবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পুঞ্চ জিলাৰ বট্টল ছেক্টৰত সংঘটিত হয় এই ঘটনা। সন্ত্ৰাসবাদীৰ দলটোৰ লগত আই ই ডি আছিল বুলিও অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি, নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেইবাটাও স্থানত লেণ্ডমাইন সংস্থাপন কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেতিয়াবা অৱশ্যে লেণ্ডমাইনবোৰ বৰষুণৰ বাবে নিৰ্দিষ্ট স্থানৰ পৰা স্থানান্তৰিত হয়। অনুমান কৰা হৈছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত কোনোৱে এনে লেণ্ডমাইনত ভৰি দিয়ে। ফলত লগে লগে সংঘটিত হয় এই বিস্ফোৰণ। অনুপ্ৰৱেশকাৰীসকলৰ লগত আই ই ডিৰ দৰে কিছুমান বিস্ফোৰক সামগ্ৰী থকাৰ বাবে বিস্ফোৰণৰ মাত্ৰা অধিক তীব্ৰতৰ হৈ পৰে। থিতাতে মৃত্যু হয় পাঁচজনৰ। নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোৰ নিৰাপত্তাও অধিক শক্তিশালী কৰা হৈছে।

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist