ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপঃ উল্লাহত ডিব্ৰুগড়বাসী, ডিচেম্বৰত বেংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব

ASSAM TIMES POST by ASSAM TIMES POST
October 22, 2019
Reading Time: 1 min read
A A
0
ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপঃ উল্লাহত ডিব্ৰুগড়বাসী, ডিচেম্বৰত বেংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব

"Miss Bikini Model India 2019"- Niki Duwara

RELATED POSTS

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

logo atp | ASSAM TIMES POSTASSAM TIMES POST

বিভাস দুৱৰা,ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ বোৱাৰী নিকী দুৱাৰ সাফল্যই ডিব্ৰুগড়লৈ গৌৰব কঢ়িয়াই আনিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ খিতাপ জিনি বোৱাৰী নিকী দুৱৰাৰ এনে সাফল্যত সকলোৱে ভূয়সী প্ৰসংশা কৰিছে।কেৰেলাৰ কোচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাত Miss Bikini Model India ২০১৯ খিতাপ দখল কৰাৰ লগতে আন দুটা শাখাটো লাভ কৰিছে খিতাপ।

IMG 20191022 WA0011 | ASSAM TIMES POST
“Miss Bikini Model India 2019”- Niki Duwara

আজি দুপৰীয়া ডিব্ৰুগড়ৰ মোহনবাৰী বন্দৰত উপস্থিত হোৱাৰ পাছতে নিকীক অগণন শুভাকাংশী আৰু পৰিয়াল-আত্ময়ীই বিপুলভাবে আদৰণি জনায়।National Amateur Body Building Association & World Fitness Federation of Indiaৰ উদ্যোগত অনুষ্ঠিত “Mr & Ms India” National Bodybuilding & Fitness Championship
প্ৰতিযোগিতাত নিকী দুৱৰাই “Miss Bikini Model India 2019” খিতাপ দখল কৰাৰ লগতে Women Fitness শাখাত দ্বিতীয় আৰু Women Qparts Model শাখাটো দ্বিতীয় স্থান দখল কৰি ডিব্ৰুগড়ৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।

যোৱা ১৯ অক্টোবৰৰ পৰা কেৰেলাৰ কুচিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাফল্য কঢ়িয়াই আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা এইগৰাকী মহিলা শৰীৰ চর্চা খেলুৱৈয়ে ইতিমধ্যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা এনএবিবিএ য়ুএফএফ ৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ফিটনেচ শাখাত দ্বিতীয়, বিকিনি আৰু স্পট মডেল শাখাত প্ৰথম স্থান লাভ কৰি ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।খোৱাং কুটুহা গাঁওৰ নিবাসী বিদ্যাধৰ দুৱৰা আৰু তৰুনী দুৱৰাৰ কন্যা তথা ডিব্ৰুগড়ৰ পশ্ছিম মিলন নগৰৰ যোগেন পাঠক আৰু ভাৰতী পাঠকৰ বোৱাৰী তথা দেৱজিত পাঠকৰ পত্নী নিকী দুৱৰাই দৈনিক প্ৰেক্টিছ আৰু খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবেই এনেদৰে সফল হ’বলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি আন আন মহিলা বা যুৱতী সকলকো নিয়মিত শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায়।

IMG 20191022 WA0007 | ASSAM TIMES POST
“Miss Bikini Model India 2019”- Niki Duwara

সুস্বাস্থ্য তথা নিৰোগী হৈ থকাৰ এটা প্ৰধান উপায় নিয়মিত শৰীৰ চৰ্চা বুলিও ব্যক্ত কৰি এই সাফল্যত যথেষ্ট আনন্দিত বুলি সদৰি কৰে।বিগত ছেপ্টেম্বৰ মাহত তিনিচুকীয়া জিলাৰ মাঘেৰিটাত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্য্যায়ৰ প্ৰতিযোগিতাত ফিটনেচ আৰু স্পটচ মডেল শাখাত প্ৰথম স্থান লাভ কৰি কেৰেলাৰ কোচিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা নিকী অহা ডিচেম্বৰ মাহত বেংগালোৰত এছিয়াৰ ভিত্তিত অনুষ্ঠিত হ’ব লগা শৰীৰ চৰ্চা প্ৰতিযোগিতা খনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ বিষয়েও সাংবাদিকক জানিবলৈ দিয়ে।

এগৰাকী বোৱাৰী হৈ এই শৰীৰ চৰ্চাৰ ক্ষেত্ৰত নিকী দুৱৰাই তেওঁৰ স্বামী, শহুৰ আৰু শাহুয়েকে বিশেষ ভাবে উৎসাহিত কৰা বুলি অৱগত কৰি যাৰ বাবে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে বুলি অতি উল্লাহৰে অৱগত কৰে। নিকী দুৱাৰৰ এই সাফল্যত ডিব্ৰুগড়ৰ শৰীৰ চৰ্চা কৰা খেলুৱৈ সকল যথেষ্ঠ উৎসাহিত হৈ পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2
Share6Tweet4Send

Related Posts

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d