ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত বোকাখাতত সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2019
Reading Time: 1 min read
A A
0
ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত বোকাখাতত সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ

ASSAM TIMES POST

RELATED POSTS

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

 বোকাখাতঃ আজিৰ পৰা বোকাখাতত থকা ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গোলাঘাটত ত্ৰিশ দিনীয়া এক সৌন্দৰ্য চৰ্চাৰ ( Beauty Parlour) প্ৰশিক্ষণ আৰম্ভ কৰা হয়। আজি এই প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহকুমা নিৰ্বাচনী বিষয়া নিতিশা বৰাই। প্ৰশিক্ষণটোত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তপৰ পৰা অহা মুঠ পয়ত্ৰিশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে।

এমহীয়া এই সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণৰ অন্তত সফলভাৱে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হ’ব। উদ্বোধনী অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা আনিবৰ বাবে শপত বাক্য পাঠ কৰোৱাই নিতিশা বৰাই৷ উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে ইউনাইটেত গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক বিদ্যুৎ খাটনিয়াৰে৷ সহযোগ কৰে প্ৰতিষ্ঠানটোৰ সহযোগী প্ৰশিক্ষক হীমাশ্ৰী শইকীয়াই।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent
Assam

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

by News Desk
March 6, 2026
50
Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব
Assam

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

by News Desk
March 4, 2026
50
Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা
Assam

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

by News Desk
March 3, 2026
50
CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী
Assam

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

by News Desk
March 2, 2026
50
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
Assam

Assam Cabinet I জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, ৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰি; কেবিনেটত আৰু কি কি সিদ্ধান্ত

by Staff Reporter
February 27, 2026
50
Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী
Assam

Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী

by News Desk
February 26, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx