ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Holi Celebration I আহক চাও অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ চিলেব্ৰেটী সকলে কেনেদৰে উদযাপন কৰিলে এই ৰঙৰ উৎসৱঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
March 8, 2023
Reading Time: 1 min read
A A
0
Holi Celebration I আহক চাও অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ চিলেব্ৰেটী সকলে কেনেদৰে উদযাপন কৰিলে এই ৰঙৰ উৎসৱঃ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

ফাগুনৰ বোকাচাত উঠি আহিলে ফল্গুৎসৱ (Holi)। এই ফল্গুৎসৱ তথা পবিত্ৰ দৌল উৎসৱৰ (Dol Utsav) শুভক্ষণত আপোনালোক আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা। আপোনালোকে বাৰু জানেনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeva) গুৰুজনাই প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰা কালত ভাৰতৰ বিভিন্ন বৈষ্ণৱ ধামত প্ৰভু শ্ৰী কৃষ্ণৰ মাহাত্ম্য প্ৰকাশক জন্মাষ্টমী, ৰথযাত্ৰা , দৌলযাত্ৰা , ৰাসযাত্ৰা , ঝুলন যাত্ৰা আদি উৎসৱ সমূহ পালন কৰা দেখি আকৰ্ষিত হোৱাৰ ফলশ্ৰুতিত গুৰুজনাই প্ৰথম তীৰ্থ ভ্ৰমণ কৰি অহা পিছত অসমৰ বৈকুণ্ঠপুৰী বৰদোৱাত থলুৱা কলা- কৃষ্টিৰ ৰঙেৰে বোলাই উদযাপন কৰিলে শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল উৎসৱ।

Holi
Holi Celebration:

এই ৰঙৰ উৎসৱে সকলোৰে মনবোৰ ৰঙীণ কৰি তোলাৰ লগতে ইজনে আনজনক সমন্বয়ৰ আবিৰ সনা দেখিবলৈ পোৱা যায়। ফাকুৱা সকলোৰে প্ৰিয় যদিও অসমীয়া মনোৰঞ্জন ক্ষেত্ৰ (Assamese Entertainment Industry) সৈতে জড়িত অভিনেতা-অভিনেত্ৰী সকলক উৎসৱৰ এই সময়ছোৱাত চাবলৈ উৎসাহিত হৈ থকা পৰিলক্ষিত হয়।

আহক চাও আমাৰ অসমীয়া চিলেব্ৰেটী (Celebraty) সকলে কেনেদৰে উদযাপন কৰিলে ফাকুৱা-

View this post on Instagram

A post shared by Barsha Rani Bishaya (@barsharani_bishaya_official)

View this post on Instagram

A post shared by Tanvi Sharma (@tanvi_dance_official)

View this post on Instagram

A post shared by Ritrixa Sarmah (@ritrisha.official)

View this post on Instagram

A post shared by Pɾιყαɳƙα Bԋαɾαʅι ❻💫👑 (@priyanka_bharali_official24)

View this post on Instagram

A post shared by Deeplina (@deeplina_deka)

View this post on Instagram

A post shared by Siddhant Kalita (@siddhant_kalita9)

View this post on Instagram

A post shared by Amit Kumar Borah (@amit_kumar_borah)

Tags: Holi
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
50
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

April 26, 2026
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

April 26, 2026
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx