ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong I কাৰ্বি আংলং স্বায়ত্বশাসিত বিত্তীয় অৱস্থা শোচনীয় সংবাদমেলযোগে শোচনীয় অৱস্থা প্ৰকাশ কৰিলে জেচিচিপিয়ে

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
March 6, 2023
Reading Time: 1 min read
A A
0
Karbi Anglong I কাৰ্বি আংলং স্বায়ত্বশাসিত বিত্তীয় অৱস্থা শোচনীয় সংবাদমেলযোগে শোচনীয় অৱস্থা প্ৰকাশ কৰিলে জেচিচিপিয়ে

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

কাৰ্বি আংলং(Karbi Anglong) স্বায়ত্বশাসিত পৰিষদৰ বিত্তীয় অৱস্থা এতিয়া তেনেই শোচনীয়। পৰিষদৰ এই শোচনীয় বিত্তীয় অৱস্থাৰ তথ্য আজি ফাদিল কৰে জইন্ট ক- অৰ্ডিনেছন কমিটি ফৰ প্ৰটেক অটʼনমি নামৰ সংগঠনটোৱে।

কাৰ্বি আংলং
কাৰ্বি আংলং স্বায়ত্বশাসিত বিত্তীয় অৱস্থা শোচনীয় :

সংগঠনটোৰ নেতা খৰছিং তেৰণ, ৰবীন্দ্ৰ ৰংপি আৰু ছয় ৰংপিয়ে এখন সংবাদমেলযোগে পৰিষদে সংবিধানৰ পৰা ৭ (২) অনুযায়ী ধনৰ লেনদেনৰ নিয়মসমূহ ভাগ কৰাৰ অভিযোগ তোলে সংগঠনটোৱে। সংবাদমেলযোগে বিজেপি নেতৃত্বাধীন পৰিষদখনে চৰম বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি পৰিষদখনে নিয়ম বৰ্হিভূতভাৱে ধন খৰচ কৰাৰ অভিযোগ তোলে।

সংবাদমেলযোগে কয় যে বিগত তিনিমাহ ধৰি পৰিষদখনে ইয়াৰ অধীনৰ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। আনহাত, দুয়োখন পাৰ্বত্য জিলাৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰসমূহৰ শিক্ষকসকলক তিনিমাহৰ পৰা ১২ মাহ পৰ্যন্ত দৰমহা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ তোলে।

পৰিষদে বহু অযথা ধন ব্যয় কৰি পৰিষদৰ বিত্তীয় অৱস্থা শোচনীয় কৰি তুলিছে বুলি অভিযোগ কৰি যোৱা নৱেম্বৰ মাহত কাৰ্বি আংলং জিলা দিৱস উদযাপনৰ নামত বলিউডৰ অভিনেতা, গায়ক- গায়িকা আনি কোটি কোটি টকা অবাদে খৰচ কৰাৰ অভিযোগ তোলে। পৰিষদৰ শোচনীয় বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদে এইদৰে অযথা খৰচ ৰোধ কৰিবলৈ পৰিষদক পৰামৰ্শ আগবঢ়াই সংগঠনটোৱে।

ইপিনে পৰিষদটোৱে বিজেপি নেতা- পালিনেতা সকলক সন্তুষ্ট কৰিবলৈ ২৮জনকৈ পৰিষদৰ বিভিন্ন বিভাগৰ বৰ্ড অধ্যক্ষ নিযুক্ত প্ৰদান কৰা কাৰ্যৰো তীব্ৰ সমালোচনা কৰি এনেদৰে পৰিষদে নিজৰ ৰাজহৰ লগতে পৰিষদখনে লাভ কৰা ধন অযথা ব্যয় কৰাৰ অভিযোগ তোলে। সংগঠনটোৱে পৰিষদৰ ভূমি বন্দবস্তি আৰু কাৰ্বি লেংগুৱেজ ডেভলপমেন্ট বৰ্ডৰ বাহিৰে আন কোনো এটা বৰ্ডৰে কোনো কাৰ্য ক্ষমতা নাই বুলি প্ৰকাশ কৰি এয়া কেৱল ৰাজনৈতিক সংস্থাপনৰ বাবে পৰিষদে কৰা ব্যয় বুলি অভিহিত কৰে।

পৰিষদখনে এইদৰে নিজ খেয়াল খুচি মতে পৰিষদৰ ধন ব্যয় কৰাৰ ফলত দুয়োখন পাৰ্বত্য জিলাবাসীয়ে এতিয়া কুফল ভোগ কৰিব লাগিব বুলিও সংবাদমেলত অভিযোগ কৰে। পৰিষদখনৰ নেতৃবৰ্গক অতিশীঘ্ৰে এইদৰে কৰা অযথা ব্যয় বন্ধ কৰি ৰাইজৰ উন্নয়ন আৰু জনহিতকৰ কামত মনোনিবেশ কৰিবলৈও আহ্বান জনায় সংগঠনটোৰ নেতৃবৰ্গই।

Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx