ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Karishma Kapoor I পুনৰ ডাঙৰ পৰ্দাত কৰিশ্মা কাপুৰ, কাৰ লগত যুটি?

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2023
Reading Time: 1 min read
A A
0
Karishma Kapoor I পুনৰ ডাঙৰ পৰ্দাত কৰিশ্মা কাপুৰ, কাৰ লগত যুটি?

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
অনুজা চৌহানৰ বেষ্টচেলাৰ ‘ক্লাব ইউ টু ডেথʼৰ নাম শুনিছেনে? তাৰেই ডাঙৰ পৰ্দাৰ ৰূপান্তৰ ‘মাৰ্ডাৰ মুবাৰক’ মাৰ্চ মাহত শ্বুটিং ফ্লোৰলৈ যাব।১১ বছৰৰ মূৰত এই ছবিখনেৰে ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে কৰিশ্মা কাপুৰ (Karisma Kapoor)। তেওঁ এজাক তাৰকাৰ মধ্যমণি। বলীউডৰ (Bollywood) সূত্ৰ অনুসৰি, এই ছবিখনৰ বাবেই ডাঙৰ অভিনেতাসকল এটা ছাতিৰ তললৈ আহিবলৈ গৈ আছে। কৰিশ্মাক তাত অতি গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব।

কৰিশ্মা কাপুৰ:
পুনৰ ডাঙৰ পৰ্দাত কৰিশ্মা কাপুৰ:

ছবিখনত আৰু কোন আছে? বলীউডৰ সূত্ৰ মতে, ডিম্পল কাপাদিয়া, পংকজ কাপুৰ, চাৰা আলী খান, বিজয় বৰ্মাৰ নামো তালিকাত আছে। ক্ৰাইম মিষ্ট্ৰী-থ্ৰিলাৰখন দিল্লীৰ পটভূমিত পৰিৱেশিত হৈছে। পৰিচালনা কৰিছে হোমি আদাজানিয়াই। খবৰ অনুসৰি, হোমী আৰু দীনেশ বিজনে ছবিখন হলিউডৰ থ্ৰিলাৰ ‘নাইভছ আউটʼৰ ৰূপত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। দিল্লীৰ আটাইতকৈ পুৰণি আৰু অভিজাত টাৰ্ফ ক্লাবক (ডিটিচি) কেন্দ্ৰ কৰি থকা আকৰ্ষণীয় ৰহস্য পৰ্দাত উন্মোচিত হʼব।

দুগৰাকী প্ৰাক্তন প্ৰেমিকৰ জীৱন এই ছবিখনৰ প্ৰতিমূৰ্তি। কাৰণ, এচিপি ভবানী সিঙৰ হত্যাকাণ্ডৰ গোচৰ আগুৱাই নিয়াত সহায় কৰে তেওঁলোকে। চাৰা আলী খান আৰু বিজয় বৰ্মাক অধিবক্তা হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে। গোচৰৰ স্বাৰ্থত প্ৰাক্তন প্ৰেমিকৰ লগত দীঘলীয়া কথা-বতৰা। তেওঁলোকৰ কথাৰ ওপৰত ভিত্তি কৰিয়েই অতীতৰ উন্মেষ ঘটিব। কাহিনী আগবাঢ়ি যাব। ‘ভৱানী সিং’ৰ চৰিত্ৰত নিৰ্বাচিত হৈছে পংকজ ত্ৰিপাঠী। কৰিশ্মা কাপুৰ আৰু ডিম্পল কাপাডিয়াৰ ভূমিকা এতিয়ালৈকে গোপনে ৰখা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Karisma Kapoorকৰিশ্মা কাপুৰ
Share5Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
Manipur Extortion Case : Militant Among 3 Arrested

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d