ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Paper leak I নৱম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল:ডলামৰা মালাচী হাইস্কুলৰ চকীদাৰ সহ দুজনক গ্ৰেপ্তাৰ

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2023
Reading Time: 1 min read
A A
0
Paper leak I নৱম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল:ডলামৰা মালাচী হাইস্কুলৰ চকীদাৰ সহ দুজনক গ্ৰেপ্তাৰ

RELATED POSTS

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

ডিফু, ১৫ ফেব্ৰুৱাৰীঃ স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিল(Paper Leak) কৰি মৰিগাওঁ জিলাৰ এহাল স্বামী-স্ত্ৰী বৰ্তমান ৰঙাঘৰৰ আলহী হোৱাৰ পিছত এইবাৰ পাৰ্বত্য জিলাতো নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ বিভিন্ন প্ৰশ্ন কাকত ফাদিল কৰি আৰক্ষীৰ জালত পৰিল দুজন লোক ৷

paper leak
Two more arrests in paper leak case:

প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিদ্যালয় সমূহৰ বছেৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকত ফাদিল কৰা গোছৰৰ তদন্ত চলাই কাৰবি আংলং আৰক্ষীয়ে ডলামৰা মালাচী হাইস্কুলৰ চকীদাৰ সহ দুজন ব্যক্তিক গ্ৰেৰ্তাৰ কৰিবলৈ সক্ষম হয় ৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আজি এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে ৷

WhatsApp Image 2023 02 15 at 8.42.59 PM | ASSAM TIMES POST
SP,Karbi Anglong:

সংবাদমেলত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়যে, বিষয়টো সন্দৰ্ভত গোচৰৰ তদন্ত চলাইছিল উপ আৰক্ষী অধীক্ষক (প্ৰৱেশ্যনাৰী) নিলোৎপল শইকীয়াই ৷ তদন্তকালত বিষয়া গৰাকীয়ে ডলামৰা মালাচী হাইস্কুলৰ চকীদাৰ চেমুৱেল ইংতিয়ে বিদ্যলয়খনৰ প্ৰশ্ন কাকত চুৰ কৰি আন্দ তেৰাঙ নামৰ এগৰাকী ব্যক্তিক বিক্ৰি কৰিছিল বুলি জানিব পাৰে ৷ তাৰ পিছতে চকীদাৰ চেমুৱেল ইংতি আৰু আনন্দ তেৰাঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্যযে, এই সন্দৰ্ভত পূৰ্বেও শিক্ষক সহ তিনিজন লোকক আৰক্ষীয়ে সোধ পোছৰ বাবে থানালৈ তলৱ কৰিছিল ৷

Tags: Paper Leakদুজনক গ্ৰেপ্তাৰপ্ৰশ্ন কাকত ফাদিল
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT