ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Camel was beaten to death : উন্মাদ হৈ মালিকৰ মূৰ কামুৰি হত্যা ! ৰাজস্থানত গণপ্ৰহাৰত উটৰো মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
February 8, 2023
Reading Time: 1 min read
A A
0
Camel was beaten to death : উন্মাদ হৈ মালিকৰ মূৰ কামুৰি হত্যা ! ৰাজস্থানত গণপ্ৰহাৰত উটৰো মৃত্যু

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

পোহনীয়া উটৰ (Pet Camel) হাতত মৃত্যু হয় মালিকৰ। উটটোৱে মালিকৰ মূৰটো চোবাই তাৰ পিছত মাটিত পেলাই দিয়ে। ফলত উটটোৰ মালিকৰ থিতাতে মৃত্যু হয়। পিছত উটটো গছত বান্ধি লাঠিৰে প্ৰহাৰ কৰা হয়। উটটোও তাতেই মৃত্যুমুখত পৰে। ৰাজস্থান (Rajathan)ৰ বিকানেৰৰ পাঞ্চু গাঁৱত (In Panchu village) সংঘটিত হৈছে এই ঘটনা।

ৰাজস্থান
Camel was beaten to death in Bikaner its owner was strangled to death lclcn:

কথাতেই আছে, উট এটা বিচলিত হʼলে তাৰ মালিকো নিৰাপদ নহয়। বিকানেৰত সেই কথাষাৰৰ প্ৰকৃত প্ৰতিফলন ঘটিল। জানিব পৰা মতে, পাঞ্চু গাঁৱত মালিকে এটা উট বান্ধি থৈছিল। ইটোৰ পিছত সিটো উট ঘূৰি ফুৰা দেখি সেই উটটোৱেও বান্ধ খুলি ওলাই আহিব বিচাৰে। কিন্তু বন্ধনটো টান আছিল। বহু চেষ্টাৰ অন্তত উটটোৱে সফল হ’ব নোৱাৰাত খঙাল হৈ উঠে।

সেই দেখি মালিকে উটটো চম্ভালিবলৈ আহে। কিন্তু মালিকক দেখি উটটো অধিক বিচলিত হয়। সি পোনে পোনে আহি মালিকক আক্ৰমণ কৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, উটটোৱে মালিকৰ মূৰত কামুৰি ওপৰলৈ তুলি লৈ যায়। তেনে পৰিস্থিতিত মালিকে হাত-ভৰি মাৰি আছিল। ইয়াৰ পিছত উটটোৱে মালিকক মাটিত পেলাই দিয়ে। কিন্তু মালিকৰ মূৰটো উটৰ মুখত আছিল। উটটোৰ মালিকৰ থিতাতে মৃত্যু হয়।

ইয়াৰ পিছতে গাঁৱত হুলস্থুলৰ সৃষ্টি হʼল। ‘পাগল’ উটটোক চম্ভালিবলৈ সকলোৱে পথাৰত প্ৰৱেশ কৰে। অৱশেষত উটটো ধৰা পৰে। তেতিয়া উটটো শান্ত হৈ পৰে। ইয়াৰ পিছত উটটোক এজোপা গছত বান্ধি লৈ লাঠিৰে প্ৰহাৰ কৰা হয়। লাঠিৰ আঘাত সহ্য কৰিব নোৱাৰি উটটোৱে থিতাতে মৃত্যুক সাৱটি লয়।

Tags: camelRajasthanউটৰাজস্থান
Share4Tweet3Send

Related Posts

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT