ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2023
Reading Time: 1 min read
A A
0
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

এইবাৰ মনোৰঞ্জনৰ জগতত কপিল দেৱ! পিছে কেনেকৈ চাব পাৰিব তেওঁক?

Assamese Entertainment Industry! অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ শিল্পী সকলৰ মন পুনৰবাৰ ঢাল খাইছে ৰাজনৈতিক ক্ষেত্ৰলৈঃ

NK production! এন কে প্ৰডাকচন বেনাৰত আহি আছে “দ্যা শ্লেম বুক”-

পাঁচ দিন অতিক্ৰম পাঠানৰ৷ এইকেইদিনত কেনে ব্যৱসায় কৰিলে শ্বাহৰুখ খানৰ (Shah Rukh Khan) কামবেক ছবি পাঠানে (Pathan)? কোৱা বাহুল্য যে প্ৰথম চাৰিদিনত বক্স অফিচ (Box Office)ত ধুমুহাৰ সৃষ্টি কৰা সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবিখনৰ পঞ্চম দিনতো অব্যাহত থাকিল সেই ধাৰা।‘পাঠানʼৰ হিন্দী সংস্কৰণে দেওবাৰেও প্ৰত্যাশা পূৰণ কৰি যথেষ্ট লাভালাভ কৰে।

পাঠান
পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

প্ৰথম পাঁচ দিনত কিমান ব্যৱসায় কৰিলে পাঠানে ?

শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহাম অভিনীত ছবি পাঠানে বক্স অফিচত ছুনামীৰ সৃষ্টি কৰে। আৰম্ভণিৰে পৰা এই ছবিখনক লৈ উত্তেজনা তুংগত আছিল, যিটো বক্স অফিচত বাস্তৱায়িত হৈছিল।

আজিৰ দিনটোতে চলচ্চিত্ৰ সমালোচক তথা বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ এটা পোষ্টৰ জৰিয়তে ছবিখনৰ দৈনিক উপাৰ্জনৰ কথা ঘোষণা কৰে। তেওঁৰ মতে ছবিখনৰ ব্যৱসায় ‘অবিশ্বাস্য’ আৰু ‘অভাৱনীয়’ আৰু ছবিখনৰ প্ৰথম পাঁচদিনীয়া ব্যৱসায় ‘ঐতিহাসিক’। যোৱা বুধবাৰে অৰ্থাৎ ২৫ জানুৱাৰীত মুক্তি পোৱা ‘পাঠান’ ছবিখনে প্ৰথমদিনাই ৫৫ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে ছবিখনে ৬৮ কোটি, শুকুৰবাৰে ৩৮ কোটি, শনিবাৰে ৫১.৫০ কোটি আৰু দেওবাৰে ৫৮.৫০ কোটি উপাৰ্জন কৰে। অৰ্থাৎ এই ছবিখনৰ হিন্দী সংস্কৰণে দেশত এতিয়ালৈকে মুঠ ২৭১ কোটি টকা উপাৰ্জন কৰিছে।

আনহাতে, ছবিখনৰ তেলেগু আৰু তামিল সংস্কৰণে একেলগে বুধবাৰে ২ কোটি, বৃহস্পতিবাৰে ২.৫০ কোটি, শুকুৰবাৰে ১.২৫ কোটি, শনিবাৰে ১.৭৫ কোটি আৰু দেওবাৰে ২.২৫ কোটি উপাৰ্জন কৰে। যাৰ মুঠ ধনৰাশি ৯.৭৫ কোটি।আনহাতে, সমগ্ৰ বিশ্বতে অব্যাহত আছে ‘পাঠান’ ধুমুহা। এই ছবিখনে ৫০০ কোটিৰ সীমা অতিক্ৰম কৰি মুঠ ৫৪২ কোটি উপাৰ্জন কৰে।

উল্লেখ্য, কৰোনা মহামাৰীৰ পিছত কোনো এখন ছবিয়ে বলীউডত ইমান বৃহৎ ব্যৱসায় কৰিব পৰা নাই। চাৰি বছৰৰ পাছত কিং খানৰ ডাঙৰ পৰ্দালৈ ঘূৰি অহা, বক্স অফিচত ধুমুহা, মুঠতে উচ্ছাসিত বলীউড, আশাবাদী বাণিজ্য বিশ্লেষক। তেওঁলোকে আশা কৰিছিল যে বলীউডৰ এই ছবিখনৰ জৰিয়তে লক্ষ্মী লাভ হ’ব, আৰু সকলোৱে ইয়াকে ঘটি থকা দেখি উৎফুল্লিত হৈ পৰিছে।

ছবিখনৰ এই বৃহৎ সফলতাৰ মাজতে দেওবাৰে হঠাতে মন্নতৰ বেলকনিত উপস্থিত হৈ অনুৰাগীক ধন্যবাদ জনায় শ্বাহৰুখ খানে। আৰু অনুৰাগীসকলে তেওঁক দেখি স্বাভাৱিকতে উত্তেজিত হৈ পৰে। শ্বাহৰুখে কʼলা ফেন্সিঙত থিয় হৈ অনুৰাগীক হাত জোকাৰে। পিন্ধনত
কʼলা চাৰ্ট আৰু পেণ্ট। হাত জোকাৰি দিয়াত অনুৰাগীসকলেও আনন্দত বিস্ফোৰণ ঘটালে। পৰ্দাতেই নহয়, অনুৰাগীৰ মাজতো প্ৰিয় তাৰকা।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Pathan's business is Rs 500 croreপাঠানৰ ব্যৱসায় ৫০০ কোটি
Share4Tweet3Send

Related Posts

এইবাৰ মনোৰঞ্জনৰ জগতত কপিল দেৱ! পিছে কেনেকৈ চাব পাৰিব তেওঁক?
Entertrainment

এইবাৰ মনোৰঞ্জনৰ জগতত কপিল দেৱ! পিছে কেনেকৈ চাব পাৰিব তেওঁক?

by News Desk
March 22, 2023
51
Assamese Entertainment Industry!  অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ শিল্পী সকলৰ মন পুনৰবাৰ ঢাল খাইছে ৰাজনৈতিক ক্ষেত্ৰলৈঃ
Entertrainment

Assamese Entertainment Industry! অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ শিল্পী সকলৰ মন পুনৰবাৰ ঢাল খাইছে ৰাজনৈতিক ক্ষেত্ৰলৈঃ

by Staff Reporter
March 21, 2023
50
NK production! এন কে প্ৰডাকচন বেনাৰত আহি আছে “দ্যা শ্লেম বুক”-
Entertainment

NK production! এন কে প্ৰডাকচন বেনাৰত আহি আছে “দ্যা শ্লেম বুক”-

by Staff Reporter
March 20, 2023
54
Sonu Sood refused Dabangg! কাহিনীৰ সালসলনি নকৰাকৈ ছলমানৰ সৈতে ‘ডাবাং’ত কাম কৰিবলৈ সন্মত নহয় চনু সুদ
Entertainment

Sonu Sood refused Dabangg! কাহিনীৰ সালসলনি নকৰাকৈ ছলমানৰ সৈতে ‘ডাবাং’ত কাম কৰিবলৈ সন্মত নহয় চনু সুদ

by Staff Reporter
March 15, 2023
50
Salman Khan! আগন্তুক দীপাৱলীত ছলমান খানৰ বিয়া!
Entertainment

Salman Khan! আগন্তুক দীপাৱলীত ছলমান খানৰ বিয়া!

by Staff Reporter
March 14, 2023
50
Amir Khan Birthday! চহৰৰ পৰা আঁতৰত নীৰৱে জন্মদিন উদযাপন আমিৰ খানৰ
Entertainment

Amir Khan Birthday! চহৰৰ পৰা আঁতৰত নীৰৱে জন্মদিন উদযাপন আমিৰ খানৰ

by Staff Reporter
March 14, 2023
50
ADVERTISEMENT
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:
Political

Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

March 24, 2023
52
Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ
Assam

Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ

March 24, 2023
53
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

March 24, 2023

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1848) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5200) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: