ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Ranbir Dipika marriage life I নতুন আলহী কেতিয়া আহিব ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ?

নিউজ ডেস্কঃ

News Desk by News Desk
January 4, 2024
Reading Time: 1 min read
A A
0
Ranbir Dipika marriage life I নতুন আলহী কেতিয়া আহিব ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ?

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

বিয়াৰ পূৰ্বে ছবছৰ প্ৰেম। তাৰ পিছত ২০১৫ চনত গোপনে ৰিং চেৰেমনি। ইয়াৰ পিছত ২০১৮ চনৰ নৱেম্বৰ মাহত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন (Actress Deepika Padukone) আৰু বলীউডৰ অভিনেতা ৰণবীৰ সিঙে (Actor Ranveer Singh) বিবাহপাশত আবদ্ধ হয়। যোৱা বছৰ দীপিকা আৰু ৰণবীৰে বিবাহৰ পঞ্চম বাৰ্ষিকী উদযাপন কৰে। দম্পতীহালে বৈবাহিক জীৱনত অতি পৰিপক্ক স্থানত উপনীত হৈছে। এইবাৰ তেওঁলোকে নিজৰ পৰিয়াললৈ নতুন সদস্যক আদৰি ল’ব বিচাৰিছে। দীপিকা মাতৃ হ’ব (Deepika will be a mother) বিচাৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে। দীপিকাই কয়, “ৰণবীৰ আৰু মই ল’ৰা-ছোৱালীক বহুত ভালপাওঁ। আমি অপেক্ষা কৰি আছো সেই দিনটোলৈ, যিদিনা আমি আমাৰ পৰিয়ালত নতুন অতিথিক আদৰি ল’ব পাৰিম।”

নতুন আলহী কেতিয়া আহিব ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ?
নতুন আলহী কেতিয়া আহিব ৰণবীৰ-দীপিকাৰ পৰিয়াললৈ?

তাৰ মানে বাজীৰাওৰ মস্তানীয়ে বিয়াৰ পাঁচ বছৰৰ পিছত এইবাৰ সন্তান জন্ম দিয়াৰ কথা ভাবিছে নেকি? দীপিকাই কয় যে পৰিয়ালৰ লোকক লগ পালে তেওঁ উপলব্ধি কৰিব পাৰে যে তেওঁ একেবাৰে সলনি হোৱা নাই। দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বিখ্যাত অভিনেত্ৰী হোৱাৰ পিছতো খ্যাতিৰ হেঁচাত তেওঁৰ সৰলতা হেৰাই যোৱা নাই।

অভিনেত্ৰীগৰাকীৰ মতে, “আমাৰ পেছাত খ্যাতি আৰু যশৰ ভিৰৰ মাজত হেৰাই যোৱাটো অতি স্বাভাৱিক। কিন্তু মোৰ পৰিয়ালৰ কোনো সদস্যই মোক ঘৰত ‘ষ্টাৰ’ বুলি গণ্য নকৰে। মই আৰু ৰণবীৰে আমাৰ সন্তানৰ মাজতো এই বৈশিষ্ট্যবোৰ চাব বিচাৰো।”

Tags: DeepikaPadukoneRanveerSinghৰণবীৰ-দীপিকা
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
ADVERTISEMENT
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx