ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

Staff Reporter by Staff Reporter
July 20, 2026
Reading Time: 1 min read
A A
0
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

Oplus_131072

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

অৱশেষত চৰকাৰে ককৰোচ জনতা পাৰ্টিৰ (চিজেপি) সৈতে আলোচনাত বহিবলৈ চৰকাৰ ৰাজী হৈছে। সোমবাৰে চিজেপিৰ সংসদ ভৱন অভিযানৰ মাজতেই চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰা হৈছে। চিজেপিৰ মুখ্য মুখপাত্র সৌৰভ দাস আৰু আন এগৰাকী মুখপাত্র আশুতোষ ৰাঙ্কা কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাক সাক্ষাৎ কৰিবলৈ যাব।

CJP protest I
অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি:

ইফালে অনশনত থকা সোনম ৱাংচুকেও অভিযানত যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ চিকিৎসালয়ৰ পৰা কিছু সময়ৰ বাবে ছুটি বিচাৰি আবেদন জনায়।

কিন্তু চিজেপি সন্দর্ভত চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো বক্তব্য দিয়া হোৱা নাই। কিন্তু সৌৰভে কয় যে নাড্ডাই তেওঁলোকৰ লগত আলোচনাত বহিব। তাৰ বাবে সময়ো দিছে। তেওঁ জনোৱা অনুসৰি, পুৱা নাড্ডাক সাক্ষাৎ কৰিবলৈ ককৰোচৰ দুই প্ৰতিনিধি ৰওনা হৈছে।

ছ’চিয়েল মিডিয়াত সৌৰভে লিখিছে, ‘‘মই আৰু আশুতোষ ৰাঙ্কা ককৰোচ জনতা পাৰ্টিৰ হৈ জেপি নড্ডাৰ সৈতে দেখা কৰিবলৈ যাওঁ। পুৱা চৰকাৰে আমাৰ সৈতে যোগাযোগ কৰিছিল। আমাৰ দাবী খুব স্পষ্ট। যুৱ প্ৰজন্মই যথেষ্ট সংখ্যাত সমবেত হৈছে।’’

উল্লেখযোগ্য যে শিক্ষাত দুর্নীতি আৰু নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২৮ জুনৰ পৰা সোনম ৱাংচুকে দিল্লীৰ যন্তৰ-মন্তৰত অনশনত বহিছিল। তেওঁ ককৰোচ পাৰ্টীৰ দাবীসমূহকো সমৰ্থন কৰিছিল।

যোৱা শনিবাৰে অনশনৰ ২১সংখ্যক দিনত সোনমক প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে উঠাই লৈ গৈছিল। তাৰ পিছত তেওঁক দিল্লীৰ চফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁক বেআইনীভাৱে আটক কৰি ৰখাৰ অভিযোগ তুলিছে।

ইফালে হাস্পতাল কৰ্তৃপক্ষক সোমবাৰে পুৱাই তেওঁ এখন পত্ৰ প্ৰদান কৰে। পত্ৰখনত সঞ্চালকক উদ্দেশ্য কৰি লিখা হৈছে, ‘‘মই আজি ভালে আছোঁ। মোৰ স্বাস্থ্য সূচকসমূহো স্বাভাৱিক। সাময়িকভাৱে হ’লেও অনুগ্ৰহ কৰি মোক হস্পিটেলৰ পৰা যোৱাৰ অনুমতি দিয়ক, যাতে মই সংসদ ভৱন অভিযানত যোগদান কৰিব পাৰোঁ।’’

Tags: অৱশেষত আলোচনাতনাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টিবহিবলৈ সন্মত কেন্দ্ৰ
Share4Tweet3Send

Related Posts

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

by News Desk
July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

by Staff Reporter
July 20, 2026
50
NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান
National-International

NEET UG 2026 results I শামুকৰ পেটত মাণিক, নীটত উজলিল কাৰ্বি পাহাৰৰ একেটা পৰিয়ালৰ দুই সন্তান

by Staff Reporter
July 20, 2026
50
Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ
National-International

Tripura DGP death I ত্রিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

by Staff Reporter
July 20, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk । আজি ভংগ কৰিব নেকি অনশন, হাস্পতালৰ পৰা সোণম ৱাংচুকৰ তিনিটা চৰ্ত

by Staff Reporter
July 20, 2026
50
FIFA 2026 । খালী হাতেৰে উভতিল মেছি, বিশ্বকাপত কোনে লাভ কৰিলে সোণালী বুট, বল আৰু গ্ল’ভছ?
National-International

FIFA 2026 । খালী হাতেৰে উভতিল মেছি, বিশ্বকাপত কোনে লাভ কৰিলে সোণালী বুট, বল আৰু গ্ল’ভছ?

by Staff Reporter
July 20, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT