![]()
# বোকাজান আৰক্ষীৰ (Bokajan Police) ড্ৰাগছ বিৰোধী অভিযান অব্যাহত।
# বোকাজানত অসম আৰক্ষীৰ আৰু ২০ BN চি আৰ পি এফৰ ড্ৰাগছ বিৰোধী যৌথ অভিযান।

# পঞ্জীয়ন নম্বৰ AS 01 AA 3848 বাহনত ২৮টা চাবোনৰ বাকচত লুকুৱাই থোৱা ড্ৰাগছ উদ্ধাৰ (Drugs found in 28 soap boxes) কৰে অভিযানকাৰী দলটোৱে।
# বোকাজান মহকুমাৰ খটখটিত দিনৰ ১২.১০ বজাত উদ্ধাৰ কৰে ৩৬৩.১৭ গ্ৰাম সন্দেহযুক্ত হেৰইন।
# উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মূল্য ২ কোটিৰো অধিক বুলি আৰক্ষীয়ে জনাই।
# এই সন্দৰ্ভত অভিযানকাৰীদলটোৱে ছাপৰ মুখৰ ৩২ বছৰীয়া চবিৰ আহমেদক আটক কৰিবলৈ সক্ষম হয় ৷













