ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

মনোজ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

নিউজ ডেস্কঃ

News Desk by News Desk
December 22, 2022
Reading Time: 1 min read
A A
0
মনোজ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

জ্যেষ্ঠ সাংবাদিক (Senior Journalist) তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামী (Manoj Kumar Goswami)লৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ (Assamese) বাবে সাহিত্য অকাডেমি বঁটা (Sahitya Academy Award)৷ তেওঁৰ ‘ভুল সত্য’ গ্ৰন্থখনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে৷

উল্লেখ্য, ১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী হৈছে এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে প্ৰসিদ্ধ লেখক । বিগত কেইবাটাও দশক ধৰি তেওঁৰ কলমেৰে সৃষ্টি কৰ্ম নিগৰি আছে।

MK | ASSAM TIMES POST

নগাঁও মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । কিছুদিন শিক্ষকতা কৰাৰ পিছত তেওঁ বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত ‘নতুন দৈনিক’ কাকতৰ জৰিয়তে ১৯৮৬ চনত সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে ।

তাৰ পৰৱৰ্তী সময়ত তেওঁ আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতসমূহত সাংবাদিকতা আৰু পৰৱৰ্তী সময়ত সম্পাদক তথা কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে । ইয়াৰ পিছত তেওঁ প্ৰায় ১২ বছৰ ধৰি ডি ৱাই ৩৬৫ৰ মুখ্য সম্পাদকৰ দায়িত্বত থাকে। তাৰ পৰা ২০২০ চনত আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ঈশ্বৰহীনতা, স্বাধীনতা, সমীৰণ বৰুৱা আহি আছে, প্ৰেমহীনতা, এলুমিনিয়ামৰ আঙুলি আদি মনোজ কুমাৰ গোস্বামীৰ জনপ্ৰিয় আৰু মননশীল গল্প সংকলন ৷ আনহাতে ‘অনাদি আৰু অনন্য’ হৈছে মনোজ কুমাৰ গোস্বামীৰ প্ৰকাশিত একমাত্ৰ উপন্যাস ৷

Tags: Sahitya Akademi Award to Manoj Goswamiমনোজ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx