ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

News Desk by News Desk
May 21, 2026
Reading Time: 1 min read
A A
0
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

RELATED POSTS

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

New Logo Smal 2 | ASSAM TIMES POST

ষষ্ঠদশ অসম বিধানসভাৰ (16th Assam Legislative Assembly) প্ৰথম অধিবেশন (First session) আজিৰে পৰা আৰম্ভ হৈছে৷ অধিবেশনৰ আৰম্ভণিতে অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰায়৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) প্ৰথমে শপত (Oath) গ্ৰহণ কৰাৰ পিছত চাৰিগৰাকী মন্ত্ৰীয়ে শপত পদ আৰু গোপনীয়তাৰ শপত লয়।

cm2 | ASSAM TIMES POST
অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

আনহাতে, ষষ্ঠদশ অসম বিধানসভাৰ স্থায়ী অধ্যক্ষ (Permanent Chairman of the Legislative Assembly) হিচাপে বিধায়ক ৰণজিৎ কুমাৰ দাসে (Ranjit kr Das) দায়িত্ব গ্ৰহণ কৰে। বৃহস্পতিবাৰে ১২৬ জন বিধায়কৰ ভিতৰত ১২৫ গৰাকীয়ে শপত গ্ৰহণ কৰে। এআইইউডিএফৰ বিধায়ক বদৰুদ্দিন আজমলে আজি অসুস্থতাৰ বাবে শপত গ্ৰহণ কৰিব নোৱাৰিলে। অধিবেশনৰ দ্বিতীয়দিনা শুকুৰবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিধানসভাত ভাষণ প্ৰদান কৰিব৷ অধিবেশনৰ শেষৰ দিনা অভিন্ন দেৱানী বিধি সদনত উত্থাপন কৰা হ’ব৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamAssembly
Share4Tweet3Send

Related Posts

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

by News Desk
September 23, 2026
53
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

by News Desk
September 22, 2026
52
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

by News Desk
September 17, 2026
51
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

by News Desk
September 14, 2026
52
ADVERTISEMENT
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d