ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

Staff Reporter by Staff Reporter
June 1, 2026
Reading Time: 1 min read
A A
0
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

 ২৫ বছৰীয়া এক নতুন উপগ্ৰহীয় অধ্যয়নে প্ৰকাশ কৰিছে যে বিগত দুটা দশকত উত্তৰ-পূব ভাৰতত প্ৰদূষণৰ মাত্ৰা তীব্ৰ গতিত বৃদ্ধি পাইছে। জৈৱ উপাদান দহন আৰু ঝুম খেতিৰ সৈতে জড়িত কাৰ্বনেচিয়াছ এৰ’ছল বৃদ্ধি পোৱাৰ বাবে অঞ্চলটোৰ বেছিভাগ অংশই এতিয়া “প্ৰদূষিত” শ্ৰেণীৰ পৰা “অধিক প্ৰদূষিত” শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন
উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন:

‘এটমচফেৰিক এনভাইৰনমেণ্ট’ নামৰ আলোচনীত প্ৰকাশিত এই গৱেষণাৰ বসু ইনষ্টিটিউটৰ অধ্যাপক অভিজিৎ চেটাৰ্জী আৰু গৱেষক সৌমেন ৰাউলে নেতৃত্ব দিছিল। এই অধ্যয়নত ২০০০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইণ্ডো-গংগা সমভূমি, উত্তৰ-পূব ভাৰত আৰু হিমালয় অঞ্চলৰ পাৰ্টিকুলেট মেটাৰ (প্ৰদূষক কণা)ৰ প্ৰৱণতা বিশ্লেষণ কৰা হৈছিল।

তথ্য অনুসৰি, পূৰ্বৱৰ্তী দশকৰ তুলনাত ২০১০-২০১৯ বৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত পাৰ্টিকুলেট মেটাৰৰ অৰ্গেনিক কাৰ্বন আৰু ছালফেটৰ পৰিমাণ প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। পূৰ্বে কেৱল অসম, মেঘালয় আৰু ত্ৰিপুৰাতে সীমাবদ্ধ থকা প্ৰদূষণৰ হটস্পটসমূহ এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে বাংলাদেশলৈকো সম্প্ৰসাৰিত হৈছে।

‎অধ্যয়নটোত ক্ৰমবৰ্ধমান ঝুম খেতি আৰু গ্ৰাম্য পৰিয়ালসমূহত ৰন্ধা-বঢ়া তথা ঘৰ গৰম ৰখাৰ বাবে খৰি, শস্যৰ অৱশিষ্ট আৰু গোবৰৰ দৰে জৈৱ ইন্ধনৰ ব্যাপক ব্যৱহাৰক প্ৰদূষণৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।

গৱেষকসকলে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰ্মল বায়ু কাৰ্যসূচী (এনচিএপি), যি বৰ্তমান মুখ্যতঃ চহৰসমূহৰ ওপৰত কেন্দ্ৰীভূত, সেয়া ক্ৰমবৰ্ধমান গ্ৰাম্য প্ৰদূষণৰ সংকট দূৰ কৰাত ব্যৰ্থ হৈছে। প্ৰতিবেদনখনত অসমৰ ঔদ্যোগিক প্ৰদূষণৰ ভয়াৱহতাৰ কথাও উল্লেখ কৰা হৈছে।

বিশেষকৈ বঙাইগাঁও, গুৱাহাটী, ডিব্ৰুগড়, ডিগবৈ, নুমলীগড় আৰু বোকাজানৰ আশে-পাশে থকা তাপ বিদ্যুৎ প্ৰকল্প, তেল শোধনাগাৰ আৰু চিমেণ্ট উদ্যোগসমূহৰ পৰা ছালফেট নিৰ্গমনৰ মাত্ৰা এনচিএপি ৰূপায়ণৰ পিছত ৩০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। পৰিৱেশ বিশেষজ্ঞ আৰু ব্যৱসায়ীসকলে এই তথ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁলোকে কয় যে, যদিহে কোনো দৃঢ় প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে ক্ৰমবৰ্ধমান প্ৰদূষণে চহৰখনৰ জনস্বাস্থ্য, পৰ্যটন আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক কাৰ্য-কলাপত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গৱেষকসকলে চৰকাৰক এনচিএপি ২.০ কাৰ্যসূচী উত্তৰ-পূব ভাৰতৰ গ্ৰাম্য আৰু পৰিৱেশগতভাৱে স্পৰ্শকাতৰ অঞ্চলসমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনাইছে।

Tags: উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকততীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰমাত্ৰা- অধ্যয়ন
Share4Tweet3Send

Related Posts

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

by Staff Reporter
June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

by Staff Reporter
May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

by Staff Reporter
May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

by News Desk
May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

by Staff Reporter
May 31, 2026
50
ADVERTISEMENT
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx