ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

Staff Reporter by Staff Reporter
June 1, 2026
Reading Time: 1 min read
A A
0
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

অহা সপ্তাহত ভাৰত-বাংলাদেশ সীমান্তত (India Bangladesh Border) এক বৈঠকত মিলিত হ’ব নতুন দিল্লী আৰু ঢাকাৰ। দুয়োখন দেশৰ বিএছএফ আৰু বিজিবিৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। অহা ৮ জুনত নতুন দিল্লীত এই তিনিদিনীয়া বৈঠক আৰম্ভ হ’ব৷
India Bangladesh border I
ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক:

সীমান্তত কাঁইটীয়া তাঁৰ, অনুপ্ৰৱেশ ৰোধ আৰু বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীক বিজিবিক গতাই দিয়াৰ বিষয়বোৰ বৈঠকত উত্থাপন হোৱাৰ সম্ভাৱনা আছে। তদুপৰি বিএছএফৰ জোৱানৰ ওপৰত আক্ৰমণৰ অভিযোগো দুয়োখন দেশৰ বাহিনীৰ মুৰব্বীসকলৰ এই বৈঠকত চৰ্চা হোৱাৰ সম্ভাৱনা আছে।

বিজিবিৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব দেশখনৰ বাহিনীটোৰ ডিজি মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফুজ্জামান ছিদ্দিকী। আনহাতে, ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব বিএছএফৰ মুৰব্বী প্ৰবীণ কুমাৰ। উল্লেখ্য় যে এই বৈঠক এনে এটা সময়ত হ’বলৈ গৈ আছে, যিসময়ত ভাৰতে বাংলাদেশ সীমান্তত চোৰাংচোৱাগিৰি আৰু অধিক বৃদ্ধি কৰিছে।

পশ্চিমবংগৰ নতুন বিজেপি চৰকাৰে সীমান্তত কাঁইটীয়া তাঁৰ লগোৱাৰ বাবে বিএছএফক ভূমি অৰ্পণ কৰিছে। অনুপ্ৰৱেশকাৰীক ধৰা পৰিলে বিএছএফক গতাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। অনুপ্ৰৱেশকাৰীক ৰখাৰ বাবে প্ৰতিখন জিলাতে আশ্য়ৰ শিবিৰো মুকলি কৰা হৈছে।

উল্লেখ্য যে ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰায় ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তৰ্জাতিক সীমান্ত আছে। ইয়াৰ প্ৰায় ৮৬০ কিলোমিটাৰ বেৰবিহীন হৈ আছে। ইয়াৰে সীমান্তৰ প্ৰায় ১৭৪ কিলোমিটাৰ ভৌগোলিক বা অন্যান্য কাৰণত বেৰ দিব পৰা নাই।

এনে পৰিস্থিতিত সীমান্ত অঞ্চলত চোৰাংচোৱাগিৰি আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআয়ে কয় যে এই বৈঠকত সীমান্তৰ অপৰাধ ৰোধ আৰু দুয়োটা শক্তিৰ মাজত সহযোগিতা সম্পৰ্কে আলোচনা কৰা হ’ব।

Tags: অনুপ্ৰৱেশকাৰীক বহিষ্কাৰউচ্চ পৰ্যায়ৰ বৈঠকপশ্চিমবংগৰ পৰা অবৈধভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ
Share4Tweet3Send

Related Posts

একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

by Staff Reporter
June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

by Staff Reporter
May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

by Staff Reporter
May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

by News Desk
May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

by Staff Reporter
May 31, 2026
50
ADVERTISEMENT
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

June 1, 2026
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

June 1, 2026
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx