ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

একত্ৰিত হʼব ৰতন টাটাৰ এয়াৰ ইণ্ডিয়াৰ সৈতে ভিষ্টাৰা, সন্মতি প্ৰকাশ ছিংগাপুৰ এয়াৰলাইন্সৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 30, 2022
Reading Time: 1 min read
A A
0
একত্ৰিত হʼব ৰতন টাটাৰ এয়াৰ ইণ্ডিয়াৰ সৈতে ভিষ্টাৰা, সন্মতি প্ৰকাশ ছিংগাপুৰ এয়াৰলাইন্সৰ

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

ভিষ্টাৰা (Vistara) একত্ৰিত (Consolidated) হʼব পাৰে এয়াৰ ইণ্ডিয়া (Air India)ৰ সৈতে। মঙলবাৰে ছিংগাপুৰ এয়াৰলাইন্সে (Singapore Airlines) টাটাৰ নেতা ৰতন টাটা (Ratan Tata)ৰ কোম্পানীৰ সৈতে চুক্তি (Contract)ত উপনীত হয়। অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হʼব বুলি কোম্পানী দুটাই অৱগত কৰিছে।

এয়াৰ ইণ্ডিয়াৰ সৈতে ভিষ্টাৰা
Vistara with Air India:

এয়াৰ ইণ্ডিয়াৰ সৈতে ব্যৱসায় একত্ৰিত কৰাৰ এই পদক্ষেপৰ লক্ষ্য হৈছে টাটাৰ সৈতে ছিংগাপুৰ এয়াৰলাইন্সৰ (এছ আই এ) যৌথ উদ্যোগ ভিষ্টাৰাক প্ৰতিযোগিতামূলক বজাৰত অধিক সক্ৰিয় কৰি তোলা।আন্তঃগাঁথনি আৰু সম্পদৰ লাভ উঠোৱা আৰু খৰচ হ্ৰাস কৰাৰ উপৰি টাটাৰ মালিকানাধীন কোম্পানী দুটাৰ একত্ৰীকৰণে বিমান সেৱাৰ ক্ষেত্ৰতো সুবিধা আনিব পাৰে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ একাংশ বিষয়াই জনায়।

এই পৰিকল্পনা কাৰ্যকৰী হʼলে দেশৰ এক নম্বৰ বিমান সংস্থা ইণ্ডিগোক পৰাস্ত কৰিবলৈ সক্ষম হʼব টাটাই। এই মাহত ছিংগাপুৰ এয়াৰলাইন্সে কয় যে টাটা আৰু এছ আই এৰ মাজত আলোচনা চলি আছে। টাটা ছন্স আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগ ভিষ্টাৰাই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পৰিচালনা কৰে।

টাটা ছন্স আৰু এছ আই এয়ে কয় যে একত্ৰীকৰণৰ পিছত এছ আই এৰ ২৫.১ শতাংশ অংশীদাৰিত্ব (আনুমানিক ৫,০০০ৰ পৰা ১০,০০০ কোটি টকা) থাকিব। বিগত বৰ্ষৰ অক্টোবৰ মাহত টাটা গ্ৰুপে চৰকাৰী বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ নিয়ন্ত্ৰণ লয়।

৬৮ বছৰৰ পাছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ‘ৰাজ্যিক মালিকানাধীন উদ্যোগৰ ব্যক্তিগতকৰণ আৰু নিয়ন্ত্ৰণ বিভাগে’ এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণৰ বাবে টাটা ছন্সে দাখিল কৰা ১৮,০০০ কোটি টকাৰ নিবিদাত অনুমোদন জনোৱাৰ লগে লগে টাটাই এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব পুনৰ লাভ কৰে। ইয়াৰ পিছত এয়াৰ ইণ্ডিয়া আৰু ভিষ্টাৰাৰ একত্ৰীকৰণ আৰম্ভ হয়।

উল্লেখ্য, দেশৰ প্ৰথমটো বিমান সংস্থা টাটা গ্ৰুপে প্ৰায় ৯ দশক পূৰ্বে আৰম্ভ কৰিছিল। দেশৰ প্ৰথম পাইলট জে আৰ ডি টাটাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টাটা এয়াৰলাইন্সে ১৯৪৬ চনত নিজৰ নাম সলনি কৰি এয়াৰ ইণ্ডিয়া (এ আই) কৰে। স্বাধীনতাৰ পিছত ইয়াৰ মালিকীস্বত্ব কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰা হয়।

ইয়াৰ পিছত ২০১৪ চনত কেন্দ্ৰই দেশৰ বিমান সেৱাত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰি তোলে। সেই বছৰৰ জুন মাহত টাটাই মালয়েছিয়াৰ টাইকুন টনি ফাৰ্নাণ্ডেজৰ এয়াৰ এছিয়াৰ সৈতে যৌথ উদ্যোগত এয়াৰ এছিয়া ইণ্ডিয়া আৰম্ভ কৰে। পিছলৈ ছিংগাপুৰ এয়াৰলাইন্সৰ সৈতে যৌথভাৱে আৰম্ভ কৰা হয় এয়াৰ ছাৰ্ভিচ কোম্পানী ‘ভিষ্টাৰ’।

Tags: Vistara with Air Indiaএয়াৰ ইণ্ডিয়াৰ সৈতে ভিষ্টাৰা
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx