ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ শীৰ্ষ গীত উন্মোচন মুখ্যমন্ত্ৰীৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
November 16, 2022
Reading Time: 1 min read
A A
0
লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ শীৰ্ষ গীত উন্মোচন মুখ্যমন্ত্ৰীৰ:

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

অহা ২৪ নৱেম্বৰত লাচিত দিৱস Lashit Divas। উল্লেখযোগ্য যে এইবাৰ হৈছে ৪০০ বছৰীয়া লাচিত জয়ন্তী। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমৰ লগতে দিল্লীতো পালন কৰা হ’ব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। উক্ত অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Narendra Modi।

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ শীৰ্ষ গীত উন্মোচন মুখ্যমন্ত্ৰীৰ:
Release of official Theme song of Lachit Barphukan by Himanta Biswa sarma

তাৰ প্ৰাক মুহূৰ্তত আজি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ শীৰ্ষ সংগীত মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখামন্ত্ৰীয়ে কয়, “শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী অসম চৰকাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে৷

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ শীৰ্ষ গীত উন্মোচন
Release of official Theme song of Lachit Barphukan

এই উদযাপনৰ অংশ হিচাপে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত আজি এটা ‘শীর্ষ গীত’ (থীম ছং) আনুষ্ঠানিকভাৱে মুকলি কৰি আনন্দিত হৈছোঁ৷ জুবিন গাৰ্গে প্ৰস্তুত কৰা গানটোৰ জৰিয়তে মহাবীৰ লাচিতৰ সাহস-ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে লাচিত দিৱসৰ গুৰুত্ব আৰু ভাবাবেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ শীর্ষ গীতটোত নিগৰিত হৈ থকা স্বদেশপ্ৰেমে অসমবাসীক পুনৰ এবাৰ স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে উজ্জীৱিত কৰাৰ লগতে মহাবীৰগৰাকীৰ আদৰ্শক নৱপ্ৰজন্মৰ হৃদয়ত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব বুলি মই দৃঢ় বিশ্বাসী৷”

অনুষ্ঠানটিত মন্ত্ৰীবৃন্দ অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, সঞ্জয় কিষাণ, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিমল বড়া আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷

Tags: Release of official Theme song of Lachit Barphukan by Himanta Biswa sarmaলাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ শীৰ্ষ গীত উন্মোচন মুখ্যমন্ত্ৰীৰ
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
50
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই
National-International

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
50
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ
National-International

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026
50
Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই
Music

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx