ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Staff Reporter by Staff Reporter
June 1, 2026
Reading Time: 1 min read
A A
0
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

India US trade deal I সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তিৰ পৰৱৰ্তী আলোচনা

দিল্লীৰ এটা ভাড়াঘৰত থাকি তাৰ পৰাই ভাৰতৰ বিভিন্ন চহৰত আক্ৰমণৰ পৰিকল্পনা (Delhi Blast) কৰিছিল। ছাটাৰপুৰৰ উক্ত ভাড়াঘৰৰ পৰাই শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন পাকিস্তানী হেণ্ডলাৰক। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিজন পাকিস্তানী হেণ্ডলাৰৰ ভিতৰত এজন হৈছে মুন্না জিংগাৰা।

Delhi blast case I
ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই:

এই মুন্না ডাউদ ইব্ৰাহিমৰ ‘সোঁহাত’ বুলি সূত্ৰটোৱে দাবী কৰিছে। তদন্তকাৰী সূত্ৰটোৱে জনোৱা মতে, মুন্নাৰ বাহিৰেও গ্ৰেপ্তাৰ হোৱা তিনিজন পাকিস্তানী হেণ্ডলাৰ হৈছে দিলৱাৰ খান, শ্বাহজাদ ভাটি আৰু আমিৰ জাট। সূত্ৰটোৱে দাবী কৰা মতে, ডাউদৰ ঘনিষ্ঠ মুন্নাই ভাৰতত আক্ৰমণৰ পৰিকল্পনাৰ ‘মাষ্টাৰমাইণ্ড’।

তেওঁৰ নিৰ্দেশত আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল সন্ত্ৰাসবাদীসকলে। অনুসন্ধানমূলক সূত্ৰ অনুসৰি, তেওঁলোকৰ লক্ষ্য তালিকাত আছিল পাৰমাণৱিক কেন্দ্ৰ, বিমানবন্দৰ, ধৰ্মীয় স্থান, ৰেল ষ্টেচন আৰু বিদ্যুৎ কেন্দ্ৰ। আটক কৰা লোকসকলৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মুন্না ছাত্ৰ জীৱনৰ পৰাই অপৰাধৰ জগতখনৰ লগত জড়িত হৈ পৰে। ১৯৯০ চনত মুন্নাই মুম্বাইৰ যোগেশ্বৰী অঞ্চলৰ কলেজৰ বাহিৰত সহপাঠী এজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অতি কম সময়ৰ ভিতৰতে মুন্না হৈ পৰে এসময়ত দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ ছোটা ৰাজনৰ ‘প্ৰিয় সংগী’। কেৱল সেয়াই নহয়, বিৰোধী গোট ছোটা চাকীলৰ অন্যতম ঘনিষ্ঠ সহযোগীও আছিল তেওঁ। ইছমাইল মালবাৰীৰ সহযোগত তেওঁ ‘ডি কোম্পানী’ত যোগদান কৰে। মুন্নাই শ্বাৰ্পশ্বুটাৰ হিচাপে অপৰাধৰ জগতখনত জনাজাত হৈ আহিছিল।

১৯৯৭ চনত ভাৰতীয় সেনাবাহিনীৰ এজন সদস্যক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই বছৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৯৯ চনত জামিনত মুকলি হৈয়েই পাকিস্তানৰ কৰাচীলৈ পলায়ন কৰে। মুন্না ছোটা চাকীলৰ ‘ডেথ স্কোৱাড’ৰ অন্যতম সদস্য। ছোটা ৰাজনৰ সহযোগী কেইবাজনকো গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ছোটা ৰাজনৰ সহযোগী ৰোহিত বাৰ্মাক হত্যা কৰাৰ অভিযোগত থাইলেণ্ডত ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কিন্তু পাকিস্তানে দাবী কৰে যে তেওঁ মহম্মদ চেলিম। ইয়াৰ পিছত থাইলেণ্ড প্ৰশাসনে মুন্নাক পাকিস্তানৰ হাতত গতাই দিয়ে।

Tags: কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাইভাৰতত আক্ৰমণৰ পৰিকল্পনা
Share4Tweet3Send

Related Posts

Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

by Staff Reporter
June 1, 2026
50
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ
National-International

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

by News Desk
June 1, 2026
50
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

India US trade deal I সোমবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আমেৰিকা বাণিজ্যিক চুক্তিৰ পৰৱৰ্তী আলোচনা

by Staff Reporter
June 1, 2026
50
India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক
National-International

India Bangladesh border I পশ্চিমবংগৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত বাহিনীৰ উচ্চ পৰ্যায়ৰ বৈঠক

by Staff Reporter
June 1, 2026
50
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!
National-International

উত্তৰ-পূৰ্বাঞ্চলত দুটা দশকত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা- অধ্যয়ন

by Staff Reporter
June 1, 2026
50
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
ADVERTISEMENT
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
50
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই
National-International

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
50
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ
National-International

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026
50
Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই
Music

Suman Kalyanpur dies : খহি পৰিল দেশৰ সংগীত জগতৰ আন এক ভোটাতৰা, সুমন কল্যাণপুৰ আৰু নাই

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

June 1, 2026
Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

Delhi blast case I ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ডাউদৰ সোঁহাতস্বৰূপ মুন্নাই

June 1, 2026
Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

Lucknow murder case : ত্বিশাৰ পিছত এইবাৰ লক্ষ্ণৌত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু, যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx