ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

“ছাজিদে বাৰে বাৰে মোৰ বুকুখনলৈ দৃষ্টি নিক্ষেপ কৰি আছিল!” বিগ বছত নতুন অভিযোগ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2022
Reading Time: 1 min read
A A
0
“ছাজিদে বাৰে বাৰে মোৰ বুকুখনলৈ দৃষ্টি নিক্ষেপ কৰি আছিল!” বিগ বছত নতুন অভিযোগ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Anushka Sarma : অভিনয় এৰিলে অনুষ্কাই, কি কৰিব ভৱিষ্যতে

Renowned Radio Broadcaster Amin Sayani Passes Away at 91:

Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

বিগ বছৰ নতুন ছিজনৰ আৰম্ভণিৰ পৰাই ধাৰাবাহিকতাত থকা প্ৰতিযোগীগৰাকী হৈছে ছাজিদ খান। ২০১৮ চনত ‘মি টু’ আন্দোলনৰ সময়তো তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। গতিকে তেওঁক এবছৰৰ বাবে পৰিচালনা সমিতিৰ পৰা নিলম্বন কৰা হয়।

ছাজিদ খান বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন
ছাজিদ খান বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন:

এই সকলোবোৰৰ মাজতো বিগ বছৰ ঘৰত তেওঁৰ উপস্থিতিক লৈ সৰৱ চাৰ্লিন চোপ্ৰা। চাৰ্লিন চোপ্ৰা, ৰেচেল হোৱাইট, ছিমৰন ছুৰীৰ দৰে অভিনেত্ৰীয়ে ছাজিদক পৰ্দাত চাব নিবিচাৰে বুলি অভিযোগত স্বাক্ষৰ কৰে। দক্ষিণৰ অভিনেত্ৰী শীলা প্ৰিয়া শ্বেথে পুনৰ অভিযোগ উত্থাপন কৰিছে ছাজিদৰ বিৰুদ্ধে।

ছাজিদ খান বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন
যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন:

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, প্ৰায় ১৪ বছৰ পূৰ্বে ছাজিদে শীলাৰ লগত অসৎ আচৰণ কৰিছিল। সেই সময়ত শীলাই তামিল, কানাড়া, মালয়ালম ছবিত অভিনয় কৰিছিল। হিন্দী চলচ্চিত্ৰ পৰিচালক ছাজিদ খানৰ সৈতে যোগাযোগ হয়। শীলা তেওঁৰ ওচৰলৈ কাম বিচাৰি গৈছিল। কিন্তু সেই সময়ত ছাজিদৰ আচৰণ তেওঁৰ প্ৰতি ভাল নাছিল।

অভিনেত্ৰী শীলাই কয়, “তেওঁ মোৰ ব্যক্তিগত অংগবোৰলৈ চাই আছিল। বাৰে বাৰে মোৰ বক্ষযুগল চাই কয় যে মোৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন! মোৰ বক্ষযুগল বলীউডৰ বাবে উপযোগী নহয়। বক্ষযুগল ডাঙৰ কৰিবলৈ নিৰ্দিষ্ট ধৰণৰ তেল ব্যৱহাৰ কৰা উচিত। তেতিয়া মই বলীউডত কাম কৰাৰ সুযোগ পাম।”

কিছুদিন পূৰ্বে চাৰ্লিন চোপ্ৰাই ছাজিদৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। চাৰ্লিনে ইয়াতেই ৰৈ নাথাকিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰক ছাজিদৰ বিৰুদ্ধে অভিযোগ কৰে। লগতে এই অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ দাবী জনায়। অৱশ্যে তেওঁৰ অভিযোগ সন্তুষ্টিজনক নহʼল।

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন
Share5Tweet3Send

Related Posts

Anushka Sarma : অভিনয় এৰিলে অনুষ্কাই, কি কৰিব ভৱিষ্যতে
Entertrainment

Anushka Sarma : অভিনয় এৰিলে অনুষ্কাই, কি কৰিব ভৱিষ্যতে

by News Desk
February 28, 2024
54
Renowned Radio Broadcaster Amin Sayani Passes Away at 91:
Entertainment

Renowned Radio Broadcaster Amin Sayani Passes Away at 91:

by ASSAM TIMES POST
February 21, 2024
58
Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ
Entertrainment

Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

by News Desk
February 13, 2024
53
Esha Deol divorce : ১২ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলালে ঈষা দেওলে, কাৰণ কি?
Entertainment

Esha Deol divorce : ১২ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পেলালে ঈষা দেওলে, কাৰণ কি?

by News Desk
February 7, 2024
51
Salman Khan I ৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ
Entertrainment

Salman Khan I ৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ

by News Desk
January 25, 2024
51
Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত
Entertrainment

Sanjay Dutt I পিতৃ-মাতৃৰ পিণ্ডদান কৰিবলৈ গয়াত সঞ্জয় দত্ত

by News Desk
January 12, 2024
54
ADVERTISEMENT
Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম
Assam

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
50
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল
KARBI ANGLONG

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
50
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া
National-International

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024
50
AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা
NORTHEAST

AFSPA in Nagaland : নাগালেণ্ডত অব্যাহত থাকিব আফস্পা

March 28, 2024
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

Himanta Biswa Sarma on congress : হিমন্ত বিশ্বৰ গেৰাণ্টি, ২০২৬ চনৰ পূৰ্বে কংগ্ৰেছ শূন্য হ’ব অসম

March 28, 2024
Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

Diphu Lok Sabha : ডিফুত কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান, লোকসভাৰ ১৩খন আসনতেই বিজয়ী হ’ম : মন্ত্রী জয়ন্তমল্ল

March 28, 2024
Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া

March 28, 2024

Categories

ALL NEWS (17287) Assam (13025) BREAKING NEWS (6444) Business (31) Economy (76) Editorial (12) EDUCATION AND TECHNOLOGY (86) Entertainment (750) Entertrainment (413) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) Guwahati (1940) Health & Fitness (620) Jobs & Career (7) KARBI ANGLONG (2958) Lifestyle (23) literature (16) National-International (7424) NORTHEAST (652) Novels (3) Photo (5) Poems (9) Political (122) Recipes (6) Sports News (457) Stories (12) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d