![]()
২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হোৱা আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত প্ৰায় ১০০ প্ৰাৰ্থীক CIDৰ তলব৷ AB-UBৰ পৰীক্ষাত এই প্ৰমাণপত্ৰ জালিয়াতি হোৱাৰ অভিযোগ। ।
৪১৪ জনৰ বিৰুদ্ধে থকা এই অভিযোগৰ ২১জন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। চিআইডিয়ে ৫/২২ নম্বৰ গোচৰত তদন্ত চলাই আছিল। বৰ্তমানেও চিআইডি কাৰ্যালয়ত জেৰা অব্যাহত আছে।













