ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পুনৰ বুৰ্জ খলিফাত জিলিকিল শ্বাহৰুখ:

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 29, 2022
Reading Time: 1 min read
A A
0
পুনৰ বুৰ্জ খলিফাত জিলিকিল শ্বাহৰুখ:

RELATED POSTS

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

আলোকিত ডুবাইৰ ৰাজপথ ভৰি পৰিছে অনুৰাগীৰে। বুধবাৰে সন্ধিয়া বুৰ্জ খলিফাৰ সন্মুখত সমবেত হয় হাজাৰ হাজাৰ লোক। কাৰণ পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটোত শ্বাহৰুখ খানৰ ছবি দেখা দিয়ে। বেকগ্ৰাউণ্ডত বাজি আছে ‘ওম শান্তি ওম’ গীতটো।

IMG 20220929 WA0007 | ASSAM TIMES POSTসেয়া হ’বলৈহে পালে, তাৰ পিছত আৰু অনুৰাগীসকল জানো মৌন হৈ থাকিব পাৰে! উক্ত আনন্দৰ জোৱাৰ চাবলগীয়া হৈ পৰে।ডুবাইৰ আটাইতকৈ ডাঙৰ আৰু বিখ্যাত সংস্থা বুৰজিল হোল্ডিংছৰ বিজ্ঞাপনত দেখা গʼল শ্বাহৰুখক। এই সংগঠনৰ অধীনত ৩৯ খন চিকিৎসালয়, বহু চিকিৎসা কেন্দ্ৰ আছে।

সংস্থাটোৰ দীঘলীয়া যাত্ৰাৰ কাহিনী কিং খানৰ কণ্ঠত শুনা গৈছে। আনহাতে, সংস্থাটোৰ বিজ্ঞাপনত শ্বাহৰুখক লৈ মালিক অতি সুখী। লগতে অভিনেতাগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

মন কৰিবলগীয়া যে শ্বাহৰুখৰ ফটো ইয়াৰ আগতেও বহুবাৰ বুৰ্জ খলিফাত দেখা গৈছে। কিং খানৰ জন্মদিনত বিশেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ফটো মুকলি কৰা হৈছে। এমাহ পিছত শ্বাহৰুখৰ জন্মদিন। তাৰ আগতে সকলোৱে ডুবাইৰ সৈতে শ্বাহৰুখৰ সু-সম্পৰ্কৰ সাক্ষী হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: শ্বাহৰুখ
Share4Tweet3Send

Related Posts

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

by News Desk
September 2, 2026
51
Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

by News Desk
September 2, 2026
51
Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ
National-International

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

by News Desk
September 2, 2026
52
Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি
National-International

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

by News Desk
September 2, 2026
51
Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
National-International

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

by News Desk
September 2, 2026
51
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 1, 2026
55
ADVERTISEMENT
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
58
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
51
Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ
Guwahati

57
Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d