ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

RELATED POSTS

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

New Logo Smal 4 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ খেৰণিত উত্তপ্ত পৰিস্থিতি। খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত নবাইবিলত মৃতদেহ সৎকাৰক লৈ এই পৰিস্থিতি৷ প্ৰাপ্ত তথ্য মতে, মিনা কুমাৰী চৌহান (Meena Kumari Chauhan) নামৰ এগৰাকী মহিলা যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ কিন্তু সোমবাৰে তেওঁৰ মৃতদেহ খেৰণিৰ দৈয়াং নদীৰ পাৰত উদ্ধাৰ হয়৷ ইয়াৰ পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে৷ কিন্তু মৃতদেহটো ঘৰৰ লৈ অনাৰ পাচতেই একাংশ জনতাই মৃত মহিলাগৰাকীৰ স্বামীগৃহত ক্ষোভ প্ৰকাশ কৰে৷ মৃতদেহটো একাংশ জনতাই স্বামীগৃহৰ চোতালতে সৎকাৰ কৰিবলৈ পৰিস্থিতিৰ উত্তপ্ত কৰে৷

ka | ASSAM TIMES POST
খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীৰ সৈতে হতাহতিৰ হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিব লগা হ’য়৷ এই ঘটাৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলাগৰাকীৰ পৰিয়ালে স্বামীগৃহৰ ৭ জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিম্যধে মৃত মহিলাগৰাকীৰ স্বামী ৰবীন্দ্ৰ চৌহানক আৰক্ষীয়ে আটক কৰি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে৷ আচলতে মহিলা গৰাকীৰ মৃত্যু স্বাভাৱিক নে হত্যা কৰা হৈছে তাৰ ওপৰত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: WestKarbiAnglong
Share4Tweet3Send

Related Posts

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

by ASSAM TIMES POST
September 2, 2026
64
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

by News Desk
September 1, 2026
66
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

by News Desk
August 28, 2026
56
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

by News Desk
August 28, 2026
60
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
55
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
54
ADVERTISEMENT
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
50
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ
Guwahati

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু
National-International

Himachal floods : বৰষুণ, ভূমিস্খলন আৰু আকস্মিক বানত বিপৰ্যস্ত হিমাচল, ৬৪ দিনত ২৫৯ জনৰ মৃত্যু

September 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d