ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

RELATED POSTS

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 4 | ASSAM TIMES POST

ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ (Uttarakhand) বিস্তৃত অঞ্চলত আকস্মিক বান (Sudden flood) আৰু ভূমিস্খলনৰ (Landslide) সৃষ্টি হৈছে। স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰিছে। পাহাৰৰ পৰা নামি অহা আকস্মিক বানৰ ফলত প্ৰতি মুহূৰ্তত ভূমিস্খলনৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত ৰাজ্যত ইতিমধ্যে ৭ জন লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ বাবে বহু পথ বন্ধ হৈ পৰিছে। ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে আলমোৰা, বাগেশ্বৰ, তেহৰী, নাইনিতাল, উধম সিং নগৰ আৰু পৌৰীত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, বৰষুণ আৰু ভূমিস্খলনৰ বাবে ১৭২টা পথ বন্ধ হৈ পৰিছে। তাৰ ভিতৰত পিথোৰাগড়ৰ দুটা ঘাইপথ, নাইনিতাল আৰু বাগেশ্বৰ আছে। ধাৰাবাহিক বৰষুণৰ ফলত গোলা নদীত ২৭ হাজাৰ কিউচেক পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত হালদাৱানী, উধম সিং নগৰ, পুলভট্টা, শান্তিপুৰী আৰু সূৰ্যনগৰত বান পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰশাসনে লাউডস্পীকাৰত ঘোষণা কৰি অঞ্চলবাসীক সকীয়াই দিছে। খাটিমাৰ বনগাঁৱৰ খকৰা নদীৰ জলপৃষ্ঠ নিম্নভূমি অঞ্চলত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰশাসনে তাত থকা বাসিন্দাসকলক ওখ স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে।

পৌৰীৰ কোটদ্বাৰত নদীৰ বুকুত উটুৱাই নিলে এগৰাকী মাতৃ আৰু ডেৰ বছৰীয়া কন্যা সন্তানক। আনহাতে, আলমোৰাৰ হাবালবাগত এটা ঘৰ ভাঙি দুগৰাকী মহিলা আৰু এটি শিশুৰ মৃত্যু হয়। ধাৰৰ টুনি অঞ্চলত ভূমিস্খলনৰ ফলত আবদ্ধ হৈ দুজন নেপালী শ্ৰমিকৰ মৃত্যু হয়। ধাৰাসাৰ বৰষুণৰ বাবে বুধবাৰলৈকে নাইনিতাল, চম্পাৱত, উধম সিং নগৰ আৰু পিথোৰাগড়ত বিদ্যালয় আৰু আংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। বাগেশ্বৰৰ ১০৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে। নাইনিতালৰ ছিপৰা আৰু কোশী নদীৰ জলপৃষ্ঠই বিপদসীমাত উপনীত হৈছে। তেহৰীত ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাত বাহনসমূহ সমস্যাৰ সন্মুখীন হৈছে।

utta | ASSAM TIMES POST
বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডতো দুৰ্যোগৰ সন্মুখীন হৈছে। উত্তৰ প্ৰদেশত গংগাৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে নদীৰ পাৰৰ বহু অঞ্চল বানত বুৰ গৈছে। বানৰ আশংকাৰ বাবে বাসিন্দাসকলক নিম্নভূমি অঞ্চলসমূহ খালী কৰিবলৈ কোৱা হৈছে। বাৰাণসীৰ ৮৪টা ঘাট পানীৰ তলত। বিপদসীমাৰ ওপৰেৰে বৈ গৈছে গংগাৰ পানী। আনহাতে, চিত্ৰকূট আৰু মন্দাকিনী নদীতো বাঢ়নী পানী। ৰামঘাট, নিৰ্মোহী আখৰাকে ধৰি কেইবাটাও অঞ্চল ডুব গৈছে। ৰামঘাট আৰু নয়াগাঁও সংযোগী দলংখন পানীৰ ঢৌৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

আগন্তুক ৪৮ ঘণ্টাত ২০খনতকৈও অধিক জিলাত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে প্ৰতাপগড়ত ১৪৭ মিলিমিটাৰ বৰষুণ হয়। সোণভদ্ৰত ১৪০ মিলিমিটাৰ, কানপুৰ চহৰত ১২৯ মিলিমিটাৰ, বাণ্ডাত ১১০ মিলিমিটাৰ, আজমগড়ত ১০১ মিলিমিটাৰ আৰু গাজীপুৰত ৯৫ মিলিমিটাৰ বৰষুণ হয়। চিত্ৰকূট, বাণ্ডা, প্ৰয়াগৰাজ, ফতেহপুৰ, সোণভদ্ৰা, মিৰ্জাপুৰ, চন্দৌলি, বলিয়া, কানপুৰ ডেহাট, ৰায়বৰেলী, কাছগঞ্জৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, ঝাৰখণ্ডৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, গড়োৱা, পালামু, লাতেহাৰ, লোহাৰদগা, গুমলা, ছৰাইকেলা-খাৰছাৱন, পূব সিংভূম, ছিমডেগা, খুঁটি, পশ্চিম সিংভূমত বৰষুণৰ আশংকা কৰা হৈছে। ৫ ছেপ্টেম্বৰলৈ গড়হোৱা, পালামু, ছিমডেগা আৰু পশ্চিম সিংভূমৰ বাবে ৰঙা সতৰ্কবাণী জাৰি কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Uttarakhandhitsrain
Share4Tweet3Send

Related Posts

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি
National-International

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

by News Desk
September 2, 2026
50
Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
National-International

Imran Khan : ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক কাৰাগাৰত অকলে নাৰাখিবলৈ নিৰ্দেশ ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ

by News Desk
September 2, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 1, 2026
55
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

by News Desk
September 1, 2026
51
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

by News Desk
September 1, 2026
51
Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত
National-International

Mohan Bhagawat : ভাৰত মহাশক্তিধৰ নহয়, বিশ্বৰ সেৱা কৰি আজি বিশ্ব গুৰু, কানাডাত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

by News Desk
September 1, 2026
55
ADVERTISEMENT
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

September 2, 2026
50
Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ
National-International

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

September 2, 2026
50
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026
50
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা
Guwahati

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

September 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

September 2, 2026
Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

Uttarakhand hits rain : বৰষুণ আৰু ভূমিস্খলনত বিপৰ্যস্ত উত্তৰাখণ্ডত মৃত্যু ৭, ১৭২টা পথ বন্ধ

September 2, 2026
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d