![]()
অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ।অসমীয়া ছবি ‘The seventh string’ ৰ পোষ্টাৰ মুকলি।গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ।উল্লেখ্য যে ছবিখনৰ কাহিনী বৰ্ষা বাহাৰৰ।
ছবিখন পৰিচালনা কৰিছে বাহাৰুল ইছলামে।১১নৱেম্বৰত ছবিগৃহলৈ আহিব অসমীয়া ছবিখন।এগৰাকী কিশোৰী জীৱনৰ ঘটনাক সামৰি নিৰ্মাণ হৈছে ছবিখন।













