![]()
ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।নিযুক্তি পৰীক্ষা নামত দুৰ্নীতি অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল দদৰাৰ ভিক্টৰ দাস।
সম্পত্তি পানবজাৰ আৰক্ষী জিম্মাত বন্দী হৈ আছে ভিক্টৰ।তাপৰ্যপূৰ্ণ কথা দুৰ্নীতিৰ কথা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।













