![]()
পল্টন বজাৰত গুৱাহাটীৰ ৰে’ল আৰক্ষীয়ে ষ্টেচনৰ ২ নম্বৰ প্লেটফৰ্মত পৰা জব্দ কৰিলে ৪৫ খন চুৰি বাইক।দিল্লীৰ পৰা এই চুৰি বাইক কেইখন ডিমাপুৰ অভিমুখে নিয়াৰ পৰিকল্পনা কৰিছিল চুৰি বাইককেইখন।
GRP-এ অভিযান চলাই জব্দ কৰা এই বাইককেইখন ইঞ্জিন আৰু ছেচিছ নম্বৰত ৰং সানি আনিছিল।












