![]()
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিন এখন বিশেষ ফটোৱে লাভ কৰিছে ব্যাপক চৰ্চা।বিভিন্ন মাধ্যমত ফটোখনক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে সৰ্বত্ত চৰ্চা।প্ৰথমদিনা অধিৱেশনৰ শেষত শিৱসাগৰৰ বিধায়ক অখিল গগৈ, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পবিত্ৰ মাঘেৰিটাক দেখা গৈছে এখন ফটোত।
ইতিমধ্যে সামাজিক মাধ্যমত ফটোখন ভাইৰেল হোৱা পিছতে ব্যাপক চৰ্চা লাভ কৰিছে ফটোখনে।বিশেষকৈ অখিল-পীযুষ হাজৰিকা মাজত ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক বাকযুদ্ধ সময়ে সময়ে ৰাইজে প্ৰত্যক্ষ কৰিছে।তাৰ মাজতে একেলগে হাঁহি হাঁহি উঠা ফটোখনে লাভ কৰিছে এতিয়া চৰ্চা।













