আমিৰ খানৰ ‘লাল সিং চাড্ডা’ আৰু অক্ষয় কুমাৰৰ ‘ৰক্ষাবন্ধন’ৰ পিছত, এতিয়া আলিয়া ভাট আৰু তেওঁৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবি ‘ডাৰ্লিংছ’ ক বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে।
Society : woman is only victim of domestic violence.
They always neglected the violence against the man by woman.
Men's always neglected from society.
Make fun on men's death.
But now it must be stop.#BoycottAliaBhatt #boycottAliaBhatt.#DarlingsOnNetflix #BoycottDarlings pic.twitter.com/W0LXNhVKPL— MenToo (@MenTooSave) August 3, 2022
Alia Bhatt is nothing but Amber Heard of India. She promotes domestic violence on men and makes fun of it#BoycottAliaBhatt#BoycottDarlings pic.twitter.com/Sqi5YNvELh
— Ambar (@Ambar_SIFF_MRA) August 3, 2022
দৰাচলতে, বয়কট আলিয়া ভাট বুলি (#BoycottAliaBhatt) এই মুহূৰ্তত ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত হৈ আছে। উল্লেখ্য যে, মুক্তিৰ মাত্ৰ এদিন পূৰ্বে দৰ্শক সকলৰ মাজৰে একাংশই ছবিখনৰ বিৰুদ্ধে মাত মাতিছে। আলিয়াৰ ছবি ‘ডাৰ্লিংছ’ কাইলৈ অৰ্থাৎ ৫ আগষ্টত নেটফ্লিক্সত মুক্তি পাব। কিন্তু মুক্তিৰ আগতেই ছবিখনৰ তীব্ৰ বিৰোধিতা কৰা হৈছে।
#BoycottAliaBhatt #BoycottDarlings
She is a misandry queen who promotes domestic violence on men pic.twitter.com/kGZSSJdqYn— Ambar (@Ambar_SIFF_MRA) August 3, 2022