আজি পুৱা নগাঁৱৰ হয়বৰগাঁও ইছলামপট্টিত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি শিশু। এখন ট্ৰাকে মহতিয়াই নিয়ে তিনি বছৰীয়া আৰফাঁ চুলতানা নামে শিশুটিক।
ট্ৰাক খনৰ নম্বৰ হৈছে AS 01DD 5594।

© 2020 Assam Times Post. | Powered By Webx