ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

Himachal snowfall I হিমাচলত প্ৰচণ্ড তুষাৰপাতত ৪৭৫ পথ, ব্যাহত বিদ্যুৎ-পানী যোগান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 5, 2024
Reading Time: 1 min read
A A
0
Himachal snowfall I হিমাচলত প্ৰচণ্ড তুষাৰপাতত ৪৭৫ পথ, ব্যাহত বিদ্যুৎ-পানী যোগান

RELATED POSTS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

New Logo Smal | ASSAM TIMES POST

ফেব্ৰুৱাৰীৰ আৰম্ভণিৰে পৰা সমগ্ৰ হিমাচল প্ৰদেশত (Himachal pradesh) প্ৰচণ্ড তুষাৰপাত। কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে বৰফ পৰাৰ বাবে বহু জিলা কেইবা ফুট বৰফৰ আৱৰণৰ তলত। দেওবাৰে হিমাচলত তুষাৰপাতৰ বাবে ৫০০টা পথ বন্ধ হৈ থকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, সোমবাৰেও ৫টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৪৭৫টা পথ বন্ধ হৈ আছে।

Himachal snowfall
হিমাচলত প্ৰচণ্ড তুষাৰপাতত ৪৭৫ পথ, ব্যাহত বিদ্যুৎ-পানী যোগান:

ইয়াৰে ভিতৰত কংগ্ৰাৰ ১টা, চাম্বৰৰ ৫৬টা, কুন্নোৰৰ ৬টা, মাণ্ডীৰ ৫১টা আৰু চিমলাৰ ১৩৩টা পথ। কিলং, কাংগৰা, চুমোদ, উদয়পুৰ, কোকছুৰকে ধৰি কিছুমান ষ্টেচনত ১-৯ ফুট বৰফ পৰে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, তুষাৰপাতৰ বাবে ৩৩৩টা বিদ্যুৎ যোগান প্ৰকল্প আৰু ৫৭টা পানী যোগান প্ৰকল্প ব্যাহত হৈছে। বৰফ পৰিষ্কাৰ কৰাৰ কাম পূৰ্ণগতিত চলি আছে।

কিন্তু বেয়া বতৰৰ বাবে সেয়া অবিৰতভাৱে কৰিব পৰা হোৱা নাই৷ আনহাতে, বৰফ আঁতৰোৱাৰ সময়ত পুনৰ বৰফ পৰাৰ বাবে সময়ৰ প্ৰয়োজন হৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, মঙলবাৰেও হিমাচলত প্ৰবল তুষাৰপাত অব্যাহত থাকিব। ৬ ফেব্ৰুৱাৰীলৈকে কেইবাঠাইতো বৰষুণ আৰু বৰফ পৰিব বুলি জানিব পৰা গৈছে।

কিন্তু ইয়াৰ মাজতে তুষাৰপাতৰ বাবে পৰ্যটকসকলৰ আনন্দই নধৰা হৈছে। শীতকালৰ আৰম্ভণিৰে পৰাই হিমাচলত পৰ্যটকৰ ভিৰ বৃদ্ধি হৈছে। অৱশ্যে শেহতীয়াকৈ হিমাচল প্ৰদেশ আৰক্ষীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ পৰীক্ষাহে কৰি পৰ্যটকসকলক তালৈ যোৱাৰ কথা কৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ব্যাহত বিদ্যুৎ-পানী যোগানহিমাচলত প্ৰচণ্ড তুষাৰপাতত ৪৭৫ পথ
Share4Tweet3Send

Related Posts

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী
BREAKING NEWS

🔴 BREAKING | হাতীগাঁও আৰক্ষীৰ জালত তিনি সন্দেহযুক্ত চাইবাৰ অপৰাধী

by News Desk
September 4, 2026
59
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

by ASSAM TIMES POST
September 3, 2026
55
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
97
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d