ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্তৰাজ্যৰ দাবীকলৈ সৰৱ এএছডিচি

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
April 25, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST
অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্বি আংলং জিলাৰ লৰিনথেপিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে ব্যাপক প্ৰস্তুতি অব্যাহত থকাৰ সময়তে স্বায়ত্বশাসিত ৰাজ্যৰ দাবী প্ৰসংগক লৈ সৰৱ হৈ পৰিছে পাহাৰীয় জিলাকেইখনৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচি।

স্বায়ত্তৰাজ্যৰ দাবীকলৈ সৰৱ এএছডিচিআজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি পাহাৰীয়া জিলাকেইখনৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবীক লৈ পুনৰ সৰৱ হৈ পৰে দলটোৰ সভাপতি-সম্পাদক ক্ৰমে চন্দ্ৰকান্ত তেৰাং আৰু জৎচন বে’। আজি বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি দলটোৰ নেতৃবৰ্গই ১৯৭১ চনতে পাহাৰীয়া এলেকাটোৱে স্বায়ত্বশাসিত ৰাজ্যৰ মৰ্যাদা লাভৰ সুযোগ হেৰুৱাবলগীয়া হোৱা বুলি মন্তব্য কৰে।

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

স্বায়ত্তৰাজ্যৰ দাবীকলৈ সৰৱ এএছডিচি

লগতে বিগত সময়চোৱাত বিভিন্ন সময়ত নিৰ্বাচনৰ সময়ত বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই কাৰ্বি অসমৰ পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীক মান্যতা দিয়াৰ দাবীৰ কথা পুনৰ উনুকীয়াই দিয়ে।

নেতৃবৰ্গৰ দাবী অনুসৰি,২০০৯ চনত খেৰণিৰ এক সভাত তেতিয়াৰ উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি, ইয়াৰ পিছত ডকমকাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীক বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

ইয়াৰ উপৰিও ২০১৬ চনৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন, ২০১৭ চনৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন আৰু ২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনতো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্বায়ত্বশাসিত ৰাজ্যৰ দাবীক স্থান দিয়া হৈছিল।

ইয়াৰ উপৰিও বিজেপি দলৰ সাধাৰণ সম্পাদক তথা সাংসদ তাপিৰ গাওৱে এক পত্ৰযোগে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

ইয়াৰ পিছতো আজি পৰ্যন্ত এই দীৰ্ঘদিনীয়া সাংবাদিক প্ৰত্যাশা পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়তে বিভিন্ন সময়ত বিজেপি দলে দি অহা প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান জনাই পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ কথা ঘোষণা কৰাৰ বাবে সংবাদমেলযোগে আহ্বান জনায়। ইয়াক অন্যথা দলটোৰ প্ৰকৃত স্বৰূপ মুকলি হৈ পৰিব বুলি দলটোৱে মত প্ৰকাশ কৰে।

আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীৰ সাক্ষাতৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এখনি স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবেও এএছডিচি দলৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখা বুলি সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতা দুগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, কাঞ্চাচডিকমৰ তৰফৰ পৰা আজি বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি প্ৰধানমন্ত্ৰীগৰাকীক পাহাৰীয়া জিলাখনলৈ আদৰণি জনায়। প্ৰধানমন্ত্ৰীৰ কাৰ্বি আংলং জিলাৰ আগমণে পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীয়ে বাস্তৱ ৰূপ লাভ কৰিব বুলি সংগঠনটোৱে আশা

ইয়াৰোপৰি জিলাখনৰ সকলো জাতি-উপজাতিৰ লগতে সকলো দল-সংগঠনৰ লেৰিনথেপিৰ উক্ত ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে সংগঠনটোৱে আহ্বন জনায়।

Tags: ASDC ABOUT MODI VISITএএছডিচি
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx