ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
August 6, 2026
Reading Time: 1 min read
A A
0
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

টেহেলকাৰ প্ৰতিষ্ঠাপ (Establishment of Tehelka)ক তৰুণ তেজপাল (Tarun Tejpal)ক ২০১৩ চনত সহকৰ্মীক ধৰ্ষণ কাণ্ড (Colleague rape case)ত বম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court) দোষী সাব্যস্ত (Found guilty) কৰে। আদালতে তেওঁক ১০ বছৰৰ (10 year) কঠোৰ কাৰাদণ্ডৰ শাস্তি (Prison sentence) প্ৰদান (Giving punishment) কৰে। ২০২১ চনত গোৱাৰ এখন নিম্ন আদালতে তেওঁক মুকলি কৰি দিছিল। কিন্তু এই ৰায়ৰ বিৰুদ্ধে গোৱা চৰকাৰে উচ্চ ন্যায়ালয়ত আবেদন জনায়। বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নীলা গোখলে আৰু অমিত জামছাণ্ডেকাৰৰ খণ্ড বিচাৰপীঠে। বৃহস্পতিবাৰে এই শাস্তি ঘোষণা কৰা হয়। ইফালে বম্বে উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰাৰ পিছত তৰুণ তেজপালে আদালতৰ এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি কয়।

আদালতত তেজপালে কয়, “মোৰ বয়স ৬২ বছৰ। মোক ষড়যন্ত্ৰৰ বলি কৰা হৈছে। মোৰ পত্নী আছে। ইয়াতকৈ বেছি ক’বলগীয়া একো নাই। কিন্তু মই ইমানখিনি ক’ব পাৰোঁ, মই পুনৰ আবেদন কৰিম। মোৰ বিষয়টো নম্ৰতাৰে বিবেচনা কৰা উচিত।” উল্লেখযোগ্য যে ২০১৩ চনৰ নৱেম্বৰ মাহত গোৱাৰ এখন পঞ্চতাৰকা হোটেলৰ লিফটত তেজপালে টেহেলকাৰ এগৰাকী যুৱতী কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু তৰুণ তেজপালে সদায় দাবী কৰি আহিছে যে তেওঁৰ বিৰুদ্ধে যড়যন্ত্ৰ কৰা হৈছিল।

tarun | ASSAM TIMES POST
ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

গোৱাত বিজেপি চৰকাৰক সমালোচনা কৰাৰ প্ৰতিশোধ হিচাপে ৰাজ্য চৰকাৰে ধৰ্ষণৰ গোচৰ ৰুজু কৰা বুলি তেওঁ বক্তব্য প্ৰকাশ কৰে। গোৱা আৰক্ষীয়ে দাবী কৰিছে যে হোটেলখনৰ চিচিটিভি কেমেৰাৰ ফুটেজ যুৱতীগৰাকীৰ অভিযোগৰ সৈতে মিল আছে। যোৱা ৩০ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱা তেজপালক গোৱাৰ ভাস্কোৰ এখন কাৰাগাৰত ছমাহ ধৰি কাৰাবন্দী কৰি ৰখা হৈছিল।

২০১৪ চনত গোৱা ক্ৰাইম ব্ৰাঞ্চে প্ৰায় ৩০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল। সেই বছৰৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি তেজপালে জামিন লাভ কৰে। তিনি বছৰৰ পাছত পুনৰ শুনানি আৰম্ভ হয়। ২০১৭ চনত আদালতে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন আৰু অশ্লীল নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। ২০১৯ চনত তেজপালে উচ্চতম ন্যায়ালয়ত আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল, এফআইআৰ বাতিল কৰিবলৈ দাবী জনাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে এই আবেদন নাকচ কৰি গোচৰটো গোৱা আদালতলৈ প্ৰেৰণ কৰে। ২০২১ চনত আদালতে তেজপালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰিছিল। তেওঁক নিৰ্দোষী ঘোষণা কৰা হয়। ইয়াৰ পিছতে গোৱা চৰকাৰে উচ্চতম ন্যায়ালয়ত আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনায়।

Tags: TarunTejpalcase
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল
National-International

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

by News Desk
August 5, 2026
50
ADVERTISEMENT
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT