ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 6, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

RELATED POSTS

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

New Logo Smal | ASSAM TIMES POST

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Modi) প্রতিবাদী ছাত্র-ছাত্রীলৈ (Students protest) ক্ষমাৰ বার্তা প্রেৰণ কৰিছে৷ নয়ডাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰিছে। কিন্তু বুধবাৰে ৰাজ্যই ৰাজ্যই ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ ‘গুণ্ডা’ পঠাই ক্ষমা বিচৰা হৈছে বুলি তীব্ৰ সমালোচনা কৰে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে তেওঁলোকক হেঁচা প্ৰয়োগ কৰি ক্ষমা বিচৰা আৰু তাৰ পিছত সেয়া গ্ৰহণ কৰা ৰাজনীতি সম্পূৰ্ণ নিকৃষ্ট কথা।

বুধবাৰে দিল্লীৰ ১০ জনপথত থকা নিজৰ বাসগৃহত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ইয়াৰ পিছতে ঘৰৰ সন্মুখত সাংবাদিকৰ মুখামুখি হয় কংগ্ৰেছ নেতাগৰাকী। ৫ জন প্ৰতিবাদকাৰীও তাত উপস্থিত থাকে। ৰাহুল গান্ধীৰ মতে, “ছাত্ৰ-ছাত্ৰীসকলক (Students) ক্ষমা খুজিবলৈ (ask for forgiveness) হেঁচা দিয়া হৈছে (pinch)। ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণে হাৰাশাস্তি কৰা হৈছে। মহিলাৰ ঘৰলৈ গুণ্ডা প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছত তেওঁলোকক ক্ষমা কৰা হৈছে বুলি কোৱা হৈছে। এই ৰাজনীতি এক নিকৃষ্ট কথা।”

লগতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীলৈ ৰাহুল গান্ধীৰ পৰামৰ্শ, “আপোনালোকে ক্ষমা খুজিব নালাগে। আপোনালোকে একো ভুল কৰা নাই। আপোনালোকে দেশৰ সংবিধান, শিক্ষা ব্যৱস্থা আৰু ভৱিষ্যত ৰক্ষা কৰিবলৈ নামিছে। আমি সাংবিধানিক মূল্যবোধৰ বাবে আপোনালোকৰ কাষত থিয় দিছোঁ।”

rahul | ASSAM TIMES POST
মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতি আক্ৰমণ ৰাহুল গান্ধীৰ

নৱপ্ৰজন্মৰ এই উত্তাল আন্দোলনৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰে মূৰ দোৱাবলগা হৈছে। আন্দোলনৰ হেঁচাত শিক্ষা মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে। মোদীৰ ১২ বছৰীয়া শাসনকালত কোনো আন্দোলনৰ হেঁচাত প্ৰথমবাৰৰ বাবে কোনো মন্ত্ৰীয়ে পদত্যাগ কৰিবলগা হৈছে।

ইফালে ৰাহুল গান্ধীৰ কাষত থিয় হৈ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ দাবীৰ বিষয়ে উল্লেখ কৰে। চিজেপি আন্দোলনৰ সময়ত মুম্বাইৰ এটা ৰাজপথৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। তাত দেখা গৈছে এগৰাকী যুৱতীয়ে কাৰাগাৰৰ গাড়ীৰ সন্মুখত থিয় হৈ বাট ভেটা দি ৰাখিছে। ইয়াৰ পিছতে গাড়ীখনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মুকলি কৰি দিয়া হয়। সেইগৰাকী প্ৰতিবাদকাৰী ৰিয়া আহেৰীও ৰাহুলৰ লগত আছিল। তেওঁ কয়, “বহুতে কৈছে যে মই মুম্বাই আৰক্ষীক বাধা দিছোঁ। কিন্তু নহয়। মই ২০ জন নিৰীহ ছাত্ৰ-ছাত্ৰীক মুক্ত কৰিলোঁ। আপোনালোকৰ মন্তব্য সলনি কৰক, আপোনালোকৰ চিন্তাধাৰা সলনি কৰক।”

মুস্কান শৰ্মা নামৰ এগৰাকী যুৱতীয়ে কয়, “কেৱল মোৰ নাম শুনি সকলোৱে মোক মুছলমান বুলি কৈছে। আচলতে মোৰ উপাধিটো শৰ্মা বুলি কোনেও শুনা নাই। এই কথা মই বুজি নাপাওঁ যে শিক্ষা ব্যৱস্থাৰ ব্যৱধানৰ কথা ক’বলৈ যাওঁতে ইয়াত হিন্দু-মুছলমান বিষয়টো ক’ৰ পৰা আহে?” উত্তৰ প্ৰদেশৰ এগৰাকী ছাত্ৰ ফাৰহানে অভিযোগ কৰে, ”আৰক্ষীয়ে মোৰ পৰিচয় দি সুকীয়া তালিকা এখন বনাইছিল।” এজন প্ৰতিবাদকাৰীয়ে এটা প্ৰশ্ন উত্থাপন কৰে, ”ছাত্ৰ-ছাত্ৰীক এনেদৰে মাৰপিট কৰা হৈছিল, কেৱল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত পেলেট বন্দুক নিক্ষেপ কৰা হৈছিল। যদি তেওঁলোকে অমিত শ্বাহৰ পদত্যাগ দাবী কৰিলেহেঁতেন তেন্তে তেওঁলোকক গুলীয়াই দিলেহেঁতেন।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RahulGandhi
Share4Tweet3Send

Related Posts

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

by News Desk
October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

by News Desk
October 8, 2026
50
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

by News Desk
October 8, 2026
50
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

by News Desk
October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
51
ADVERTISEMENT
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
50
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
50
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d