ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

News Desk by News Desk
November 21, 2026
Reading Time: 1 min read
A A
0
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

RELATED POSTS

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

‘বিলংগিং: এ জাৰ্নী অব লাভ’ত ছোনিয়া গান্ধীয়ে (Sonia Gandhi memoir) প্ৰতিটো পৃষ্ঠাতে সময়ৰ চিত্ৰণ কৰিছে। তেওঁৰ প্ৰতিটো খোজৰ সময় গ্ৰন্থখনৰ পৃষ্ঠাত প্ৰকাশ কৰিছে। ব্যক্তিগত সম্পৰ্ক, ৰাজনীতি, উত্থান-পতনৰ পৰা আৰম্ভ কৰি ছোনিয়া গান্ধী আৰু মেনকা গান্ধীৰ মাজত সম্পৰ্ক কেনে আছিল সকলো প্ৰকাশ কৰিছে। ছোনিয়া গান্ধীয়ে তেওঁৰ গ্ৰন্থ ‘Belonging: A Jaurney of Love’ত মেনকাৰ বিষয়ে আলোচনা কৰিছে। তেওঁ কয়, “১৯৭৩ চনত সঞ্জয় গান্ধীৰ ভৱিষ্যত পত্নীৰ সৈতে পৰিচয় হৈছিল; সেই সময়ত তেওঁ আছিল ‘দহ বছৰীয়া এগৰাকী সৰু, সজীৱ আৰু ধুনীয়া প্ৰাণৱন্ত ছোৱালী- যিগৰাকী তেতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাছিল।”

Sonia Gandhi memoir I
একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য:

ছোনিয়া গান্ধীয়ে লিখিছে যে মেনকা আৰু সঞ্জয় গান্ধীৰ বিবাহ হৈছিল মেনকাৰ ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ পিছৰ বছৰটোত। ছোনিয়া গান্ধীয়ে যুৱতী মেনকাক গান্ধী পৰিয়ালৰ এগৰাকী উল্লাসিত, সজীৱ আৰু কনিষ্ঠ পত্নী বুলি অভিহিত কৰিছে। তেওঁৰ মতে, পিছলৈ তেওঁলোকৰ মাজত যি ৰাজনৈতিক দূৰত্ব গঢ় লৈ উঠিল, সেই দূৰত্বক আজিৰ প্ৰেক্ষাপটত “ৰিয়েলিটি শ্ব'”ৰ সৈতে তুলনা কৰিব পাৰি। গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে লিখিছে, “মেনকা আছিল… অতিশয় শক্তিৰে ভৰা। আৰম্ভণিতে ঘৰলৈ এগৰাকী কমবয়সীয়া বোৱাৰী অহাটো যথেষ্ট আনন্দৰ কথা আছিল। কিন্তু লাহে লাহে ঘৰৰ পৰিৱেশ সলনি হ’বলৈ ধৰিলে আৰু বিভিন্ন বিষয়ত তিক্ততা আৰু অস্বস্তিৰ সৃষ্টি হ’বলৈ ধৰিলে।”

তিক্ততাৰ পৰিস্থিতিত ছোনিয়াই কি কৰিছিল সেই বিষয়েও তেওঁ লিখিছে। তেওঁ লিখিছে যে প্ৰথমতে কোনো পৰিস্থিতিত যেতিয়া মেনকাই চিৎকাৰ কৰিছিল তেতিয়া সাধাৰণতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁ মনে মনে আছিল। তাৰ পিছত তেওঁ লিখিছে, “কিন্তু যেতিয়া পৰিস্থিতি অসহ্যকৰ স্তৰত উপনীত হ’ল, তেতিয়া মই আৰু নিমাত হৈ থাকিব নোৱাৰিলো; বৰঞ্চ মই শক্তিশালী ভাষাত উত্তৰ দিওঁ।” বিয়াৰ পিছত সঞ্জয় আৰু মেনকাৰ মাজৰ দূৰত্বৰ কথাও তেওঁ উল্লেখ কৰিছে। ছোনিয়াই লিখিছে যে তেওঁলোকৰ কাজিয়াবোৰ প্ৰায়ে পৰিয়ালৰ আন সদস্যৰ দৃষ্টিগোচৰ হৈছিল, বিশেষকৈ যেতিয়া তৰ্কবোৰে অশান্তিৰ ৰূপ লৈছিল। শাহুৱেক ইন্দিৰা গান্ধীৰ সান্নিধ্যতো মেনকাই কঠোৰ ভাষা ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল বুলিও ছোনিয়াই দাবী কৰে।

ছোনিয়াই লিখিছে, “যেতিয়া তেওঁ বিচলিত হৈছিল, তেতিয়া তেওঁ গালি-গালাজ বা কঠোৰ শব্দ ব্যৱহাৰ কৰিছিল— যিটো আমাৰ পৰিয়ালত সম্পূৰ্ণ গ্ৰহণযোগ্য নাছিল। এই আচৰণে সঞ্জয়ক বিব্ৰত কৰিছিল আৰু আমাক স্তম্ভিত কৰিছিল।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: একেটা পৰিয়ালৰ বোৱাৰীমেনকাক লৈ বিস্ফোৰক বক্তব্যমেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল
Share4Tweet3Send

Related Posts

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

by News Desk
November 21, 2026
50
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ
National-International

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

by News Desk
November 21, 2026
50
Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
National-International

Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

by News Desk
November 21, 2026
50
NCB raid I দেশৰ ছয় চহৰত এনচিবিৰ অভিযানত বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ ধ্বংস, গ্ৰেপ্তাৰ ৬
National-International

NCB raid I দেশৰ ছয় চহৰত এনচিবিৰ অভিযানত বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ ধ্বংস, গ্ৰেপ্তাৰ ৬

by Staff Reporter
November 20, 2026
50
Genocide country I গণহত্যাৰ দোষী প্ৰথমখন ৰাষ্ট্ৰ, ৰহিংগীয়াক নিৰ্বিচাৰে হত্যাত দোষী ম্যানমাৰ
National-International

Genocide country I গণহত্যাৰ দোষী প্ৰথমখন ৰাষ্ট্ৰ, ৰহিংগীয়াক নিৰ্বিচাৰে হত্যাত দোষী ম্যানমাৰ

by Staff Reporter
November 20, 2026
50
AHDS desease I ৯ কোটিৰ ঔষধ এতিয়া আঢ়ৈ লাখত! বিৰল ৰোগৰ চিকিৎসাত হায়দৰাবাদৰ চিকিৎসকৰ আদৰ্শ
National-International

AHDS desease I ৯ কোটিৰ ঔষধ এতিয়া আঢ়ৈ লাখত! বিৰল ৰোগৰ চিকিৎসাত হায়দৰাবাদৰ চিকিৎসকৰ আদৰ্শ

by Staff Reporter
November 20, 2026
50
ADVERTISEMENT
Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

November 21, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

November 21, 2026
50
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ
National-International

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

November 21, 2026
50
Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
National-International

Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

November 21, 2026
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

November 21, 2026
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d