<img class="alignnone wp-image-71890" src="https://assamtimespost.in/wp-content/uploads/2022/04/New-Logo-Very-Smal-1.jpg" alt="" width="153" height="42" /> <h2><span style="font-size: 14pt;">মৰিগাঁও আৰু ধৰমতুল আৰক্ষীয়ে যৌথ অভিযানৰ জৰিয়তে দেওবাৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে জাকিৰ হুছেইন আৰু চাহিল আহমেদক আটক কৰিবলৈ সক্ষম হয়।</span></h2> <h2><img class="alignnone wp-image-71990" src="https://assamtimespost.in/wp-content/uploads/2022/04/f5b02162-caf9-425f-8b26-999f10beeafc.jpg" alt="ড্ৰাগছ" width="507" height="463" /><span style="font-size: 14pt;">আৰক্ষীয়ে এই অভিযানত ১০১ গ্ৰাম হিৰইন জব্দ কৰে। ইতিমধ্যে মৰিগাঁও আৰু ধৰমতুল আৰক্ষীয়ে দুই সৰবৰাহকাৰী আটক কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।</span></h2>