ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম ২০২২-২৩ বৰ্ষৰ সংক্ষিপ্ত বাজেট (৩)

News Desk by News Desk
March 16, 2022
Reading Time: 2 mins read
A A
0
অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ (১)

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

• ৩খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ ১৫ কোটিকৈ

• TISSৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫ কোটি৷

• IIIT চৌহদৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০ কোটি৷

• হাফলং কলেজৰ বিজ্ঞান ব্লকৰ বাবে ১০ কোটি৷

• শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষকৰ দৰমহা ৭৫ শতাংশ সাহায্য৷

• ভাষা গৌৰৱ আঁচনিৰ অধীনত লেখলৈ সাহায্য৷

• ভাষা গৌৰৱ আঁচনিৰ বাবে ২৮.৮০ কোটি টকা৷

• অসম জ্ঞান নেটৱৰ্কৰ বাবে ২৩.৭৫ কোটি ধাৰ্য

• প্ৰতি জিলাতে উৎসৰ্গিত অনাথ শিশুকেন্দ্ৰ৷

• প্ৰতি জিলাত গঠন হ’ব শিশু অধিকাৰ সমিতি৷

• ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ প্ৰস্তাৱ৷

• হ’ব ফুটবল ষ্টেডিয়াম৷

• ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়াম উন্নীতকৰণৰ প্ৰস্তাৱ৷

• উন্নীত হ’ব বেডমিণ্টন একাডেমীলৈ৷

• যোৰহাট ষ্টেডিয়াম উন্নতকৰণৰ প্ৰস্তাৱ৷

• আৱৰ্ত ভৱনৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰস্তাৱ৷

• একক, সাধাৰণ বাজেট শিতানত ২০৩৫ কোটি৷

• আবকাৰী সংস্কাৰৰ জৰিয়তে মাচুল নিৰ্ধাৰণ৷

• স্বনিৰ্ভৰশীল নাৰীৰ অধীনত ৮দদ কোটি মুকলি৷

• ইলেক্ট্ৰ’নিক তথ্য ভাণ্ডাৰৰ বাবে ৭৬ কোটি৷

• প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ লক্ষ্য৷

• দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ৩৭.২৫ কোটি৷

• নগৰীয় আন্তঃগাঁথনি উন্নয়নৰ বাবে ১ হাজাৰ কোটি৷

• জলবায়ু অনুকূল গাঁৱৰ বাবে ফেল’শ্বিপ৷

• ফেল’শ্বিপ প্ৰতিমাহে ২০ হাজাৰ টকা৷

• ষ্টাৰ্টআপ বিনিয়োগ পুঁজিৰ বাবে ৯.৫০ কোটি৷

• আছিয়ান সাংস্কৃতিক পুঁজিৰ বাবে ২.৩৪ কোটি ধাৰ্য৷

• কৃষক কল্যাণ আঁচনিৰ বাবে ১৮২৩.১৩ কোটি৷

• পশুপালন, পশু চিকিৎসাৰ বাবে ৫৮৯.৪৯ কোটি ধাৰ্য৷

• সীমান্ত উন্নয়নৰ বাবে ৫৩.৩৩ কোটি৷

• সমবায় বিভাগৰ বাবে ১৯২. ৭৬ কোটি৷

• সাংস্কৃতিক বিভা গৰবাবে ২০৪. ১৪ কোটি৷

• প্ৰাথমিক শিক্ষা শিতানত ৯৫৫৪.৬৭ কোটি৷

• মাধ্যমিক শি ক্ষাশিতানত ৬৯৩০.০৩ কোটি৷

• উচ্চ শিক্ষাত ৩৪৯৮.০২ কোটি৷

• পৰিবেশ, বন বিভাগৰ বাবে ৯৮০.০৭ কোটি৷

• আবকাৰী বিভাগৰ বাবে ৯০.৫০ কোটি৷

• মীন বিভাগৰ বাবে ১৪৩.৯৬ কোটি৷

• খাদ্য, অসামৰিক যোগানৰ বাবে ১০২৮.৩০ কোটি৷

• সাধাৰণ প্ৰশাসনৰ বাবে ১১৫৩. ৭৫ কোটি৷

• ৰেচম বিভাগৰ বাবে ৪২২.৪৬ কোটি৷

• স্বাস্থ্য-পৰিয়াল কল্যাণত ৭১৫৪.৫৭ কোটি৷

• পাৰ্বত্য অঞ্চল উন্নয়নৰ বাবে ২৮৪৫.০৪ কোটি৷

• গৃহ, ৰাজনৈতিক বিভাগৰ বাবে ৮০৩৫.০৬ কোটি৷

• গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমাত ৩৬৬৬.৬৭ কোটি৷

• অসম চুক্তি ৰূপায়ণৰ বাবে ১২.৪৮ কোটি৷

• পৰম্পৰা সংৰক্ষণৰ বাবে ৯৬.৬৫ কোটি ধাৰ্য৷

• উদ্যোগ, বাণিজ্য ক্ষেত্ৰলৈ ৭৮৯.৪৪ কোটি৷

• তথ্য-প্ৰযুক্তিৰ বাবে ১০০.৩০ কোটি৷

• তথ্য আৰু জনসংযোগৰ বাবে ১৫১.৪৩ কোটি৷

• জলসিঞ্চনৰ বাবে ৯৪৫.২৪ কোটি৷

• ন্যায়িক বিভাগলৈ ৭০৯.২০ কোটি৷

• শ্ৰম কল্যাণ বিভাগৰ বাবে ৭৯৭১.০২ কোটি৷

• কৰ্মচাৰী বিভাগৰ বাবে ৪৬.২১ কোটি৷

• বিধায়িনী বিভাগৰ বাবে ১৯.১৯ কোটি৷

• খনিজ সম্পদ শিতানত ২৫.৫২ কোটি ধাৰ্য৷

• গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰ চৌহদত ৫ হাজাৰ আসন বিশিষ্ট প্ৰেক্ষাগৃহ নিৰ্মাণৰ পৰিকল্পনা৷

• ৰাজ্যৰ ৮০০খন চাহ বাগিচাৰ প্ৰধান প্ৰধান অঞ্চলসমূহত পৰ্যায়ক্ৰমে ‘মহাপ্ৰভু জগন্নাথ সমূহীয়া আৰু দক্ষতা কেন্দ্ৰ’ নিৰ্মামযণৰ পদক্ষেপ৷ইয়াৰ বাবে ২০০ কোটি ধাৰ্য৷

• ‘অসম ভূমিনীতি, ২০১৯’ পুনৰ সংশোধনৰ ব্যৱস্থা গ্ৰহণ৷ ইয়াৰ জৰিয়তে ভূ মিচিলিঙৰ ঊৰ্ধ্বসীমা ৮ বিঘাৰ পৰা ৫০ বিঘালৈ বৃদ্ধিৰ ব্যৱস্থা৷

• বিটিআৰত ১০খন মহাবিদ্যালয় প্ৰাদেশীকৰণৰ ব্যৱস্থা৷

• ছাত্ৰ-ছাত্ৰীসকলৰ হোষ্টেল মাচুল প্ৰতিমাহে ২ হাজাৰ টকালৈকে ৰেহাই৷

• উঠি অহা যুৱক-যুৱতীসকলক সঠিক পথৰ সন্ধান দিবলৈ ‘আৰোহণ’ আঁচনি পুনৰ প্ৰৱৰ্তন৷ ইয়াৰ দ্বাৰা নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলক আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান দৰ্শন, কেৰিয়াৰ পৰামৰ্শদাতা নিয়োগ আৰু ২ হাজাৰ টকাকৈ সাহায্য প্ৰদানৰ সিদ্ধান্ত৷

• ৫ বছৰৰ ভিতৰত ৰাজ্যৰ সেউজ আৱৰণ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধিৰ বাবে ‘অসম সেউজ অভিযান’৷

• কাজিৰঙাৰ পৰা কাৰ্বিআংলঙলৈ বন্য জীৱ-জন্তুৰ নিৰাপদ বিচৰণৰ বাবে ৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিড’ৰ আৰু সুৰংগৰ সৈতে ৪ লেনযুক্ত পথ নিৰ্মাণৰ প্ৰস্তাৱ৷ ইয়াৰ বাবে ধাৰ্য ৪৮৬৫ কোটি টকা৷

• গুৱাহাটী মহানগৰীত অতিৰিক্ত ১০০খন চিএনজি বাছৰ লগতে স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত প্ৰায় ২৫০ কোটি ব্যয়েৰে ২০০খন বৈদ্যুতিক বাহন চলাচলৰ পৰিকল্পনা৷

• টাটা ট্ৰাষ্টৰ সৈতে যুটীয়াভাৱে ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লখিমপুৰ আৰু দৰঙত ৭খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ প্ৰস্তাৱ৷ ২০২২-২৩ বিত্তীয় বৰ্ষত আৰম্ভ হ’ব নিৰ্মাণকাৰ্য৷

• গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰবটিক অস্ত্ৰোপচাৰ গোট স্থাপনৰ প্ৰস্তাৱ৷

• ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অতিৰিক্ ত৩ শতাংশ মৰগীয়া বানচৰ প্ৰস্তাৱ৷ ইয়াৰ বাবে প্ৰতিমাহে অতিৰিক্ত ব্যয় হ’ব ৫৮.২৬ কোটি৷

• ১০০ কোটি বা ততোধিক বিনিয়ো গকৰা উদ্যোগসমূহলৈ উদগনি, ৰেহাই তথা ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা৷

• টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সলৈ ১৫ কোটি অনুদান৷

• চাহ বাগিচাৰ ভিতৰত অতিথিশালা আৰু পৰ্যটকৰ বাবে সা-সুবিধা নিৰ্মাণৰ বাবে আন্তঃগাঁথনি সাহায্য ২ কোটিকৈ৷

• চাহ পৰ্যটন বিকাশৰ বাবে ৫০ কোটি টকা ধাৰ্য ৷

• মানা হআৰু কাজিৰঙাক সামৰি ব্ৰহ্মপুত্ৰৰ দাঁতিৰে ‘নদী পৰ্যটন আবৰ্ত’ নিৰ্মাণৰ প্ৰস্তাৱ ৷

• ‘অসম পৌৰ নিগম (সংশোধন) আইন-২০১৭’ৰ অধীনত তিনিটা পৌৰ কেডাৰ গঠনৰ প্ৰস্তাৱ ৷

• পৌৰ কেডাৰকেইটা হৈছে- অসম নগৰীয়া প্ৰশাসনীয় সেৱা, অসম নগৰীয় প্ৰশাসনীয় অভিযান্ত্ৰিক সেৱা আৰু অসম নগৰীয় বিত্তীয় সেৱা ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx