ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম ২০২২-২৩ বৰ্ষৰ সংক্ষিপ্ত বাজেট (২)

News Desk by News Desk
March 16, 2022
Reading Time: 2 mins read
A A
0
অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ (১)

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰঃ

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

• ASTCৰ বিশেষ বাছসেৱা প্ৰৱৰ্তনৰ প্ৰস্তাৱ৷

• শংকৰ-মাধৱ সত্ৰলৈ চলিব ASTCৰ বিশেষ বাছ৷

• পাটবাউসী সত্ৰৰ উন্নয়নৰ প্ৰস্তাৱ৷

• কামৰূপৰ আলাবৈত নিৰ্মাণ হ’ব ১০০ ফুট দৈৰ্ঘ্যৰ হেংদাং৷

• যোৰহাট কাৰাগাৰক ঐতিহ্যস্থলীৰূপে গঢ়ি তোলা হ’ব৷

• উত্তৰ-পূবৰ মুক্তিযোদ্ধা স্মাৰক উদ্যানৰ বাবে ধন৷

• শিবসাগৰৰ ঐতিহ্য ৰক্ষাৰ বাবে নতুন আঁচনি৷

• ৮০ বিঘা ভূমি অধিগ্ৰহণৰ বাবে পুঁজি আবণ্টন৷

• গমধৰ সমাধিৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ধন৷

• প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগ্ৰহলায়ৰ বাবে ১৫ কোটি৷

• অসম দৰ্শনৰ অধীনত নামঘৰ, মন্দিৰলৈ ধন৷

• কাৰ্বিআংলং, শিলচৰত নতুন বিমানবন্দৰৰ প্ৰস্তাৱ৷

• নগাঁও, গেলেকা, হাফলঙত হেলি প’ৰ্টৰ প্ৰস্তাৱ৷

• ডিফুত হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ৷

• ব্ৰহ্মপুত্ৰৰ ১৩টা জাহাজঘাটৰ উন্নয়নৰ প্ৰস্তাৱ৷

• অৰুণোদয়ৰ ধন মাহে ১২৫০ টকালৈ বৃদ্ধি৷

• ৰংঘৰৰ ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা৷

• শব্দ-পোহৰেৰে হ’ব ঐতিহ্য প্ৰদৰ্শন৷

• ১ লাখৰ ভিতৰত এতিয়ালৈ ১১৫৭টা পদত নিযুক্তি৷

• ৮৪, ২৪৪টা পদত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত৷

• শীঘ্ৰে হ’ব বাকী ১৪, ৫৯৯টা পদতো নিযুক্তি৷

• অৰুণোদয় আঁচনিৰ বাবে অতিৰিক্ত ২০০০ কোটি ধাৰ্য৷

• অনুষ্ঠিত হ’ব খিলঞ্জীয়াৰ সংস্কৃতি-ক্ৰীড়া মহোৎসৱ৷

• সংস্কৃতিক বিশ্বমুখী কৰাৰ বাবে ১০ কোটি ধাৰ্য৷

• চাহ বাগিচাৰ ৪৩৬খন স্কুল চৰকাৰৰ অধীনলৈ অনা হ’ব৷

• চাহ বাগিচাৰ ছাত্ৰীৰ বাবে কল্যাণী সুনংগলা আঁচনি৷

• ৩ কোটি ৩০ লাখ লোকলৈ উৎসৰ্গা অজন্তা নেওগৰ বাজেট৷

• উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণলৈ স্কুটী৷

• পিজি ছাত্ৰীলৈ ১০ হাজাৰ টকা৷

• আনন্দৰাম বৰুৱা বঁটা অব্যাহত থাকিব৷

• প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে ৪১০ কোটি ধাৰ্য৷

• লাচিত বৰফুকনৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ৷

• হোলোঙাপাৰত লাচিতৰ সমাধি সংৰক্ষণৰ বাবে ধন৷

• হোলোঙাপাৰত ১৫ ০ফুট উচ্চতাৰ লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি৷

• দিল্লী, মুম্বাইত লাচিত স্মাৰক বক্তৃতানুষ্ঠান৷

• অসমত সেউজ অভিযান আৰম্ভৰ সিদ্ধান্ত৷

• কাজিৰঙাৰ উন্নয়নৰ বাবে ৪,৮৬৫ কোটি ধাৰ্য৷

• বিমানৰ ATFৰ ভেট ১ শতাংশলৈ হ্ৰাস৷

• ৰাজ্যৰ বিকাশৰ হাৰ ৯.২ শতাংশলৈ বৃদ্ধিৰ আশা৷

• GSDPৰ পৰিমাণ বৃদ্ধিৰ আশা৷

• ২,৮৩,৪৯৬.৬৪ কোটিৰ বাজেট দাখিল৷

• ৬০০ কোটিৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ৷

• ১,১৯,০২৭.৯৫ কোটি কৰ সংগ্ৰহৰ লক্ষ্য৷

• মে’ত ডিফু কেন্সাৰ হস্পিটেল সম্পূৰ্ণৰ লক্ষ্য৷

• ১০খন নতুন জিলা হস্পিটেল স্থাপনৰ লক্ষ্য৷

• শিৱসাগৰ, কৰিমগঞ্জ, গোৱালপাৰাত নতুন হস্পিটেল৷

• আইআইটি চৌহদত ছুপাৰস্পেচিয়েলিটী হস্পিটেল৷

• মেডিকেল কলেজত নাৰ্ছিং কলেজ স্থাপনৰ লক্ষ্য৷

• কোভিডত ক্ষতিগ্ৰস্ত দুৰ্বল শ্ৰেণীৰ সহায় হোৱাকৈ বাজেট৷

• ২০২১-২২ বিত্তীয় বৰ্ষত জিডিপি ৪,৩৩,৯২৫ কোটি হোৱাৰ আশা৷

• ২০২০-২১ৰ তুলনাত জিএছডিপি ১৩.৮৯ শতাংশলৈ বৃদ্ধিৰ আশা৷

• ৰাজ্যৰ সামগ্ৰিক ব্যয় ২০১৯-২০ বৰ্ষত ৮৩ শতাংশলৈ বৃদ্ধি৷

• ৬খন মেডিকেল কলেজত হ’ব ছুপাৰস্পেচিয়েলিটী শাখা৷

• বৰপেটা, ডিফু, শিলচৰ, যোৰহাট, তেজপুৰ, লখিমপুৰ, শিৱসাগৰ, কৰিমগঞ্জ, গোৱালপাৰাত নতুন মেডিকেল কলেজ৷

• গুৱাহাটী জিএনবি ৰোডত নতুন উত্তোলিত পথ ৷

• গুৱাহাটীৰ গৌৰীপুৰত TRUMPET JUNCTION 

• ডিব্ৰুগড়ৰ মানকটা পথত হ’ব উৰণীয়া সেতু ৷

• পশুখাদ্য উৎপাদনৰ বাবে নতুন আঁচনি ৷

• আন্তৰাষ্ট্ৰীয় বিজ্ঞানীৰ নেতৃত্বত কৃষি আয়োগ ৷

• চিলিংমুক্ত হ’ব কম্পিউটাৰ শিক্ষকৰ দৰমহা ৷

• অতিৰিক্ত শিক্ষকৰ দৰমহাও হ’ব চিলিংমুক্ত৷

• বাজেটত বিনিয়োগত অধিক গুৰুত্ব৷• প্ৰতিখন মেডিকেল কলেজত বিএছচি নাৰ্ছিং কলেজ৷

• ৰাদ্যত ১ হাজাৰ বুনিয়াদী স্বাস্থ্যকেন্দ্ৰৰ প্ৰস্তাৱ ৷

• দুধনৈ, পলাশবাৰীত আয়ুৰ্বেদিক কলেজ ৷

• স্নেহস্পৰ্শ আঁচনিৰ বাবে বৃহৎ পৰিমাণৰ ধন ৷

• এপিডিচিএলৰ অনাদায় সুত ৰেহাইৰ ব্যৱস্থা ৷

• মুখ্যমন্ত্ৰীৰ সৌৰশক্তি প্ৰকল্পৰ বাবে ৪হাজাৰ কোটি ৷

• ৰাজ্যত আৰম্ভ হ’ব মিছন বসুন্ধৰা-২ ৷

• মিছন বসুন্ধৰাৰ বাবে ৭৫ কোটি ৷

• নামৰূপ গেছ ইঞ্জিন প্ৰকল্পৰ বাবে ২৫০০ কোটি ৷

• ঔদ্যোগিক বিকাশৰ বাবে কেইবাস্তৰীয় ব্যৱস্থা ৷

• ৬খন বিশ্ববিদ্যালয়লৈ ৫০ কোটিকৈ অনুদান ৷

• ৯খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ ৷

• গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবেশতন্ত্ৰৰ বাবে ২৫ কোটি ৷

• ৩খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ ১৫ কোটিকৈ ৷

• কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজসমূহলৈ ২৫ কোটিকৈ ৷

• পেঞ্চন সম্বন্ধীয় তথ্য অনলাইন চাবলৈ কৃতজ্ঞতা এপ ৷

• আপোন ঘৰ, বিদ্যালক্ষ্মী আঁচনিৰ বাবে ১২৯.৮৯ কোটি ৷

• অসম মৰুৱা ধান অভিযান স্থাপনৰ প্ৰস্তাৱ ৷

• অসম বীজ নিগমলৈ ১০ কোটি ৷

• ৪০খন বীজপাম উন্নয়নৰ প্ৰস্তাৱ ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx