ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীত প্ৰথমবাৰলৈ গৰুখুটি গীৰ গাই দৈ: কন্যকা ভোগালী মেলাত উৰুকাত পাব থলুৱা মাছ

Staff Reporter by Staff Reporter
January 12, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটীত প্ৰথমবাৰলৈ গৰুখুটি গীৰ গাই দৈ: কন্যকা ভোগালী মেলাত উৰুকাত পাব থলুৱা মাছ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

নিউজ ডেস্কঃ

অসমীয়া হেঁপাহৰ ভোগালী বিহুলৈ মাজত কেইটামান ঘণ্টা।ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি।উৰুকা উপলক্ষে দৈ- চিৰা, লাড়ু পিঠাৰ লগতে ভিন্ন খাদ্য সম্ভাৰে ভৰিছে মহানগৰী প্ৰত্যেক বজাৰ।

উল্লেখ্য যে মহানগৰীত প্ৰথমবাৰৰ বাবে গৰুখুটী বহুমুখী কৃষি প্ৰকল্প গীৰ গাইৰ গাখীৰো উপলব্ধ হৈছে। গুজৰাটৰ পৰা অনা গীৰ গাইৰ দৈ বিছাৰি মহানগৰীৰ বিহুৰ বজাৰত গ্ৰাহকৰ ব্যাপক উচ্চাহ দেখিবলৈ পোৱা গৈছে।

IMG 20220112 WA0041 | ASSAM TIMES POST

তাপৰ্যপূৰ্ণ কথা দৃধাৰ উদ্যোগত আৰু এ.এ.ইউ ফ্ৰেচৰ সহযোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হৈছে কন্যাকা ভোগালী মেলা।

মঙলবাৰৰ পৰা অনুষ্ঠিত এই মেলা সামৰণি পৰিব কালিলৈ অৰ্থাৎ বৃহস্পতিবাৰে।মেলাত কন্যাকা বহুমুখী পামৰ সামগ্ৰী, গৰুখুঁটি বহুমুখী প্ৰকল্পৰ চুঙা দৈ, মাহ, তিল, পিঠা-পনা, লাড়ু, চাউল, জহা চাউল, খাটি সৰিয়হৰ তেল আৰু অন্যান্য থলুৱা সামগ্ৰীৰ বিক্ৰী হৈছে।

ইফালে উৰুকা(১৩জানুৱাৰী) পুৱা কন্যাকা মৎস্য প্ৰকল্পৰ প্ৰায় ৫-১০ কুইন্টল থলুৱা মাছ উপলবদ্ধ হ’ব।

মেলা উদ্যোক্তাই জনোৱা অনুসৰি গৰুখুটী গীৰ গাইৰ বাহৰ চুঙাৰ দৈ বিচাৰি বহু গ্ৰাহক আহিছে। দৈনিক ৩০০লিটাৰ পৰ্যন্ত দৈ বিক্ৰী হৈছে।প্ৰতি লিটাৰ দৈ ২০০টকাকৈ বিক্ৰী লগতে গৰুখুটীত জৈৱিক পদ্ধতিৰে উৎপাদিত ৰঙালাউ, বন্ধাকবি, মটৰ , মাটিমাহ, তিলৰ উপৰিও কন্যাকাৰ মিঠাতেল, লাড়ু ,পিঠা ,গুৰ , কোমল চাউল, বৰা চাউল আদি উপলদ্ধ হৈছে।

Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx