ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেন্সাৰ প্ৰতিৰোধত চয়াবিনৰ ভূমিকা

Staff Reporter by Staff Reporter
January 4, 2022
Reading Time: 1 min read
A A
0
কেন্সাৰ প্ৰতিৰোধত চয়াবিনৰ ভূমিকা

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

স্বাস্থ্য প্ৰতিবেদনঃ

ডায়েটত চয়াবিন অন্তর্ভুক্ত কৰি বহু ৰোগৰ পৰা দূৰত থাকিব পৰা যায়। চয়াবিনত প্রচুৰ প্রোটিন পোৱা যায়। ইয়াত পোৱা প্রোটিন কণী, গাখীৰ আৰু মাংসত পোৱা প্রোটিনতকৈ বেছি। কেৱল সেয়াই নহয়, ভিটামিন বি কমপ্লেক্স, ভিটামিন ই, খনিজ আৰু এমিনো এচিড পর্যাপ্ত পৰিমাণে পোৱা যায় যিয়ে দেহৰ বিভিন্ন চাহিদা পূৰণ কৰে আৰু বহু গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। চয়াবিনৰ জৰিয়তে শাৰীৰিক বিকাশ, ছালৰ সমস্যা আৰু চুলিৰ সমস্যাৰো নিৰাময় সম্ভৱ।

চয়াবিন খোৱাৰ উপকাৰিতা

১. কেন্সাৰ প্রতিৰোধ কৰে :

দেশৰ বিখ্যাত আয়ুর্বেদ বিশেষজ্ঞ ডাঃ আবৰাৰ মুলতানিৰ মতে , চয়াবিনে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ প্রতিৰোধ কৰিব পাৰে।ইয়াত পোৱা এন্টি-অক্সিডেন্টবোৰ বিভিন্ন ধৰণৰ কেন্সাৰ প্রতিৰোধত সহায়ক। ই দেহত কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ বৃদ্ধি ৰোধ কৰে। ইয়াৰ উপৰি ইয়াত থকা ফাইবাৰ কোলন কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায়ক। 

২. হাড় শক্তিশালী কৰি তোলে :

চয়াবিনে হাড়ক শক্তিশালী কৰা কাম কৰে। ইয়াত ভিটামিন আৰু খনিজ পদার্থ পোৱা যায়। ইয়াৰ উপৰি কেলচিয়াম, মেগনেচিয়াম, তাম, ছেলেনিয়াম আৰু দস্তাও প্রচুৰ পৰিমাণে পোৱা যায়। এইবোৰ পুষ্টিয়ে শৰীৰত হাড়ক মজবুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

৩.ডায়েবেটিছত উপকাৰী :

ডায়েবেটিছত চয়াবিন খোৱাটো উপকাৰী প্রমাণ কৰিব পাৰে। ইয়াত পোৱা প্রোটিনে গ্লুকোজ নিয়ন্ত্রণ কৰে আৰু ইনছুলিনৰ প্রতিবন্ধকতা হ্রাস কৰিব পাৰে।

৪. মানসিক ভাৰসাম্য সংশোধন  :

আপোনাৰ যদি কোনো মানসিক ৰোগ থাকে তেন্তে আপুনি ডায়েটত চয়াবিন অন্তর্ভুক্ত কৰা উচিত।চয়াবিনে মানসিক ভাৰসাম্য সংশোধন কৰি মনক তীক্ষ্ণ কৰি তোলে।

Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx