![]()
নিউজ ডেস্কঃ
এইবাৰ ৰাজ্যৰ ২৩গৰাকী সাহিত্যিকক প্ৰদান কৰা হ’ব সাহিত্যিক পেঞ্চন। শিক্ষামন্ত্ৰী ৰনোজ পেগুই আজি এই কথা ঘোষণা কৰে। অহা ৭ ডিচেম্বৰত হোমেন বৰগোহাঞিৰ জন্মদিনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই পেঞ্চন।
এইবাৰ সাহিত্যিক পেঞ্চন লাভ কৰিব :
জ্যোতিলাল চৌধুৰী
ডঃ অনিল শইকীয়া
কালিনাথ পেংগিং
দিলীপ কুমাৰ শৰ্মা
মাখনলাল বাৰৈ
মানিকলাল মাহাতো
বিনোদ ভাগৱতী
উৎপল দত্ত
নবীন বৰুৱা
ৰাজেন্দ্ৰনাথ শৰ্মা
দীপাংকৰ ৰঞ্জন কৰ
তুষাৰ কান্তি সাহা
তপন দাস
নিলমোহন ৰয়
লক্ষ্যহীৰা দাস
বিশ্বেশ্বৰ বসুমতাৰী
অৰবিন্দ উজীৰ
মংগলছিং বে
বানেশ্বৰ বসুমতাৰ
ডঃ মংগলছিং হাজোৱাৰী
ৰঞ্জু হাজৰিকা
নবিলমালা বড়ো
লক্ষীকান্ত দাস













