![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি গুৱাহাটীত এজাক মছলধাৰ বৰষুণে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে চানমাৰী, জিএছ ৰোড আদি কৰি গুৱাহাটীৰ বিভিন্ন অঞ্চল। গধূলি সময়ত অহা এই বৰষুণে-অফিচৰ-কাচাৰীৰ পৰা অহা কৰ্মচাৰীক বহু সময়লৈ আবদ্ধ কৰি ৰাখে।

© 2020 Assam Times Post. | Powered By Webx