ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

News Desk by News Desk
June 1, 2026
Reading Time: 1 min read
A A
0
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

জাতীয় গীত ‘বন্দে মাতৰম’ বিতৰ্কক (‘Vande Mataram’ controversy) লৈ এতিয়া কেৰালা বিধানসভাত (Kerala Legislative Assembly) ৰাজনৈতিক উষ্ণতা চৰম সীমাত উপনীত হৈছে। মুখ্যমন্ত্ৰী ভি ডি সতীশনৰ নেতৃত্বত নৱগঠিত ইউডিএফ চৰকাৰৰ এক কাৰ্যক লৈ বিতৰ্কই এনে এটা পৰ্যায় পাইছেগৈ যে এতিয়া ই কংগ্ৰেছ, চিপিআই(এম) আৰু বিজেপিৰ মাজত এক বৃহৎ মতাদৰ্শগত যুদ্ধলৈ পৰিণত হৈছে। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰৰ উপস্থিতিত বিধানসভা অনুষ্ঠানত ‘বন্দে মাতৰম’ৰ এটা অংশহে গোৱা হৈছিল, যাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

এই ঘটনাক লৈ খোদ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁৰ স্পষ্ট বক্তব্য যে য’তেই ৰাজ্যপাল উপস্থিত থাকে তাতেই প্ৰট’কল অনুসৰি সমগ্ৰ ‘বন্দে মাতৰম’ গোৱা বা বজোৱা উচিত। ইয়াত সেই নিয়ম উলংঘা কৰা হৈছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আপত্তি দাখিল কৰা বুলিও ৰাজ্যপালে কয়।

kerala | ASSAM TIMES POST
থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

ৰাজ্যপালৰ আপত্তিৰ পিছত কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এল ডি এফ নেতা পিনাৰায় বিজয়নে বিতৰ্কত ইন্ধন যোগায়। তেওঁ প্ৰত্যক্ষভাৱে আৰএছএছক লক্ষ্য কৰি কয় যে আৰএছএছে প্ৰট’কলৰ নামত নিজৰ এজেণ্ডা জাপি দিবলৈ চেষ্টা কৰিছে। সংবাদমেলত বিজয়নে স্পষ্টকৈ কয় যে সমগ্ৰ ‘বন্দে মাতৰম’ গোৱাৰ প্ৰয়োজন নাই। আৰএছএছৰ এজেণ্ডাৰ সন্মুখত কেৰালাই শিৰ নত নকৰে। ইয়াতেই বিতৰ্কৰ অন্ত নপৰে, গানটো বাজি থকাৰ সময়ত থিয় হৈ থকাৰ ক্ষেত্ৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। বিজয়নে কয় যে ‘বন্দে মাতৰম’ বজোৱাৰ সময়ত থিয় হোৱাৰ কোনো আইনী বাধ্যবাধকতা নাই। অৱশ্যে যিহেতু সকলোৱে অনুষ্ঠানত থিয় দিছিল, সেয়েহে তেওঁলোকো থিয় হ’বলৈ বাধ্য হৈছিল।

ইফালে এই ঘটনাক লৈ বিজেপিয়ে কংগ্ৰেছ আৰু ইউডিএফ চৰকাৰক তীব্ৰ আক্ৰমণ চলাইছে। কেৰালা বিজেপিৰ নেতা ভি মুৰলীধৰণে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাজ্যপালৰ উপস্থিতিত সমগ্ৰ গীতটো গোৱাৰ বাবে কেন্দ্ৰই স্পষ্ট নিৰ্দেশ দিয়াৰ পিছতো কেৰালা বিধানসভাত ইয়াক গ্ৰহণ কৰা হোৱা নাছিল। এয়া কেৱল ৰাজ্যপাল বা ৰাজভৱনক অপমান কৰাই নহয়, ১৫০ বছৰ ধৰি চলি অহা আমাৰ জাতীয় গীতৰ অপমানো। জামাত-ই-ইছলামী আৰু চিপিআই(এম)ৰ দৰে দলক সন্তুষ্ট কৰিবলৈ ৰাজ্য চৰকাৰে এই কাম কৰা বুলি অভিযোগ কৰে মুৰলীধৰণে। কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ১৮৯৬ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে ‘বন্দে মাতৰম’ গোৱা কংগ্ৰেছে আজি এই গীতটোক লৈ হঠাতে কিয় অস্বস্তি অনুভৱ কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰী ভি ডি সতীশনে স্পষ্ট কৰা উচিত। তেওঁ লগতে উল্লেখ কৰে যে বিজেপিয়ে জাতীয় ঐতিহ্যক কৰা এই অপমানক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

Tags: VandeMataramcontroversy
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

by News Desk
June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

by News Desk
June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

by News Desk
June 1, 2026
50
Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫
National-International

Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫

by News Desk
June 1, 2026
50
Rajya Sabha Election : ৰাজ্যসভা নিৰ্বাচনক লৈ চাপত হাত শিবিৰ
National-International

Rajya Sabha Election : ৰাজ্যসভা নিৰ্বাচনক লৈ চাপত হাত শিবিৰ

by News Desk
June 1, 2026
50
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

by Staff Reporter
June 1, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx