ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজকন্যা বৰুৱা কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ

News Desk by News Desk
October 12, 2021
Reading Time: 1 min read
A A
0
ৰাজকন্যা বৰুৱা কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

জেলত থাকিও গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব পৰা নাই মডেল ৰাজকন্যা বৰুৱাই। মঙলবাৰে পুনৰ দুৰ্ঘটনা গোচৰত জেলতে দিছপুৰ আৰক্ষী হাতত গ্ৰেপ্তাৰ হয় সুৰাপায়ী মডেল গৰাকীক। ৩ বছৰৰ পুৰণি দুৰ্ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি কামৰূপ(ম) জিলা ন্যায়িক দণ্ডাধীশৰ আদালত হাজিৰ কৰে। উল্লেখ্য যে, ২০১৭ চনত ৰাজকন্যাই এএছ-০১-জি-২১৯৪ নম্বৰ বিলাসী বাহনখনৰে ছয়মাইলত সংঘটিত কৰিছিল অন্য এটা দুৰ্ঘটনাৰ। নিশা প্ৰায় ১২.৪৫বজাত সংঘটিত দুৰ্ঘটনাত সোণাৰীৰ প্ৰাক্তন বিজেপিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰ কৰণ জ্যোতি সন্দিকৈ গুৰুত্বভাৱে আহত কৰিছিল।

ইফালে, দুৰ্ঘটনাৰ পাছত ২০১৮ চনত ৭৪৭/২০১৮ নম্বৰত গোচৰ ৰুজু হৈছিল। উক্ত গোচৰতে দিছপুৰ আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, আদালতে ৰাজকন্যাক পুনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx