![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নিশা ৰাজ্য কপাঁলে ভূমিকম্পই।নিশা প্ৰায় ১২বজাত ভূমিকম্পৰ কম্পন অনুভূত হয়।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৫.৬।ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ বুলি জানিব পৰা গৈছে।কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

© 2020 Assam Times Post. | Powered By Webx