ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

Staff Reporter by Staff Reporter
June 2, 2026
Reading Time: 1 min read
A A
0
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

ম্যানমাৰে আশ্বাস দিছে যে ভাৰতৰ নিৰাপত্তা স্বাৰ্থবিৰোধী কোনো কামৰ বাবে নিজৰ ভূখণ্ড (India Myanmar ties)  ব্যৱহাৰ কৰিব দিয়া নহ’ব। সোমবাৰে নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন আং হিলিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত এই প্ৰতিশ্ৰুতি দিয়া হয়।

India Myanmar ties I
দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ:

ম্যানমাৰৰ সামৰিক সমৰ্থিত চৰকাৰৰ ৰাষ্ট্ৰপতি তথা প্ৰাক্তন সেনাপ্ৰধান হিলিঙে সোমবাৰে মোদীৰ আমন্ত্ৰণত পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়।

মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সমান্তৰালকৈ তেওঁ বিহাৰৰ বোধগয়াও ভ্ৰমণ কৰিব। উল্লেখ্য যে দেশখনত বিৰোধী ৰাজনৈতিক দল অবিহনে অনুষ্ঠিত বিতৰ্কিত নিৰ্বাচনত (২০২৫ চনৰ ডিচেম্বৰ-২০২৬ জানুৱাৰী) জয়লাভ কৰাৰ পিছত এইটোৱেই হিলিঙৰ প্ৰথম বিদেশ ভ্ৰমণ। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ চীনক বাছি লোৱাৰ পৰিৱৰ্তে ভাৰতক প্ৰথম গন্তব্যস্থান হিচাপে বাছি লৈছে।

মোদী-হিলিঙৰ বৈঠকৰ অন্তত সোমবাৰে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে কয়, “দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ বিষয়, সীমান্ত ব্যৱস্থাপনা, উন্নয়ন সাহায্য আৰু আঞ্চলিক পৰিস্থিতিকে ধৰি বহুতো দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে।”

লগতে তেওঁ কয় যে দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। উল্লেখ্য, ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতত উপস্থিত হৈছে। ইয়াৰ ভিতৰত দেশখনৰ মন্ত্ৰী, উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু ব্যৱসায়ীসকলো অন্তৰ্ভুক্ত আছে।

Tags: কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’বদিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী
Share4Tweet3Send

Related Posts

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

by Staff Reporter
June 2, 2026
50
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

by Staff Reporter
June 2, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

by News Desk
June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

by News Desk
June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

by News Desk
June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

by News Desk
June 1, 2026
50
ADVERTISEMENT
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
50
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT